--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • দুর্ঘটনা আহত হৈছে এগৰাকী অন্তঃসত্বা মহিলা আৰু দুগৰাকী যুৱক। আহত কেইজনক শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ প্রেৰণ কৰা হৈছে।

ডিজিটেল ডেস্ক: কাছাৰৰ লক্ষীপুৰত নিশা ভয়ংকৰ পথ দুর্ঘটনা সংঘটিত হৈছে। কান্তিগাঁৱত দুর্ঘটনাত নিহত এগৰাকী মহিলা। 


দুর্ঘটনা আহত হৈছে এগৰাকী অন্তঃসত্বা মহিলা আৰু দুগৰাকী যুৱক। আহত কেইজনক শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ প্রেৰণ কৰা হৈছে। 


নিহত মহিলাগৰাকীৰ নাম মঞ্জু ফুলমালি। আহত তিনিগৰাকী হৈছে অন্তঃসত্বা মহিলা অনিমা ফুলমালি আৰু দুই যুৱক ক্ৰমে জগৎ ফুলমালি আৰু বিকাশ বাউৰি।


জানিব পৰা মতে, নিশা চিকিৎসাৰ বাবে অন্তঃসত্বা মহিলা অনিমাক হাস্পতাললৈ অটোৰিক্সাৰে লৈ গৈছিল পৰিয়ালে। গৈ থাকোতে কান্তিগাঁৱত এখন ডাম্পাৰৰ খুন্দাত বাগৰি পৰে অটো ৰিক্সাখন। ইয়াৰ ফলত মৃত্যু হয় মঞ্জু নামৰ মহিলাগৰাকীৰ আৰু আহত হয় অন্তঃসত্বা মহিলা অনিমা আৰু দুই যুৱক বিকাশ আৰু জগৎ।


অভিযোগ অনুসৰি, তেওঁলোকক প্রথমে লৈ যোৱা হৈছিল ওচৰৰ ছোটমামদা মডেল হাস্পতাললৈ। কিন্তু তাত নাছিল এম্বুলেন্স আৰু উপযুক্ত চিকিৎসা ব্যৱস্থা। যাৰবাবে সৃষ্টি হয় উত্তেজনাৰ। পিছত দিয়া হয় এম্বুলেন্স পৰিসেৱা। ততাতৈয়াকৈ চিকিৎসা আৰু এম্বুলেন্স পৰিসেৱা পালে নিহত মহিলাগৰাকীৰ প্রাণ ৰক্ষা হলহেঁতেন বুলি সন্দেহ প্রত্যক্ষদর্শীসকলৰ।


লক্ষীপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰে তদন্ত লগতে উদ্ধাৰ কৰে দুর্ঘটনাগ্রস্ত ডাম্পাৰ আৰু অটো ৰিক্সাখন।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ