--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিন্দু জ্যোতিষত বিশ্বাস কৰা হয় যে মানুহৰ ৰাশিচক্ৰৰ ওপৰত গ্ৰহৰ প্ৰভাৱ পৰে। গ্ৰহৰ প্ৰভাৱ ভাল বা বেয়া দুয়োটা হ’ব পাৰে। কিন্তু জ্যোতিষ আৰু বাস্তশাস্ত্ৰত গ্ৰহৰ কু-প্ৰভাৱ দূৰ কৰাৰ বাবে প্ৰতিকাৰৰ ব্যৱস্থা কৰা হৈছে। যদি আপুনি আপোনাৰ গ্ৰহদোষ দূৰ কৰিব বিচাৰে তেন্তে  প্ৰতিদিনে চৰাইক খাদ্য খুৱাব লাগিব। জ্যোতিষশাস্ত্ৰৰ মতে প্ৰতিদিনে চৰাই-চিৰিকটিক খাদ্য খুৱালে গ্ৰহবোৰৰ অৱস্থা উন্নত হয়। প্ৰতিজন ব্যক্তিয়ে চৰাইক খাদ্য খুৱাব লাগে। গ্ৰহদোষ দূৰ কৰা বুলিয়েই নহয় চৰাই-চিৰিকটিক খাদ্য খুৱালে পূণ্যও অৰ্জন হয় আৰু নিজেও মানসিক প্ৰশান্তি পোৱা যায়। 

জ্যোতিষশাস্ত্ৰৰ মতে প্ৰতিজন ব্যক্তিৰ প্ৰগতি, অৱক্ষয় আৰু স্বাস্থ্য গ্ৰহবোৰৰ গতিৰ ওপৰত নিৰ্ভৰ কৰে আৰু মানুহৰ স্বভাৱ প্ৰকৃতিৰ সৈতে সম্পূৰ্ণৰূপে জড়িত হৈ থাকে। 

চৰাইক কি খাদ্য খুৱালে কি গ্ৰহৰ দোষ দূৰ হয় জানো আহক

১) চৰাইক ঘেঁহু খুৱালে সূৰ্য্য আৰু মংগল গ্ৰহৰ অশুভ প্ৰভাৱ দূৰ হয়।

২) চন্দ্ৰ আৰু শুক্ৰৰ দোষ আঁতৰাবলৈ চৰাইবোৰক ধান, চাউল খুৱাব লাগে।

৩) চৰাইবোৰক মগু বা গোমধানৰ গুটি খুৱালে বুধ গ্ৰহৰ দোষ আঁতৰ হয়।

৪) বুট দাইল আৰু বুট খুৱালে বৃহস্পতি দোষৰ পৰা মুক্তি পায়।

৫) মাটি দাইল আৰু ক'লা তিল খুৱালে শনি দোষ আঁতৰ হয়।

৬) ৰাহু আৰু কেতুৰ লগত জড়িত দোষ আঁতৰাবলৈ চৰাইবোৰক বাজৰা খুৱাব লাগে।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ