--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: প্ৰতিগৰাকী মহিলাৰ বাবে আটাইতকৈ গৌৰৱৰ ক্ষণ হৈছে মাতৃত্ব অৰ্জনৰ দিনটো৷ অনেক সুখ-দুখৰ সাক্ষী হোৱা প্ৰতিগৰাকী মাতৃয়ে এই সময়ছোৱা বিশেষ আদৰ-যত্নৰ মাজৰে পাৰ কৰে৷ কিন্তু পৰিস্থিতিয়ে কোনসময়ত কেনে ৰূপ লয়, সেয়া কোনেও নাজানে৷ এগৰাকী সাংসদে সন্তান প্ৰসৱ কৰি এতিয়া বিশ্বজুৰি চৰ্চা লাভ কৰিছে সংবাদ মাধ্যমত৷

নিউজিলেণ্ডৰ সাংসদ জুলি আন্নে গেণ্টাৰে সন্তানটি জন্ম দিয়াৰ মাত্র এঘণ্টাৰ পূর্বে নিজেই চাইকেল চলাই আহি হাস্পতালত ভর্তি হয়৷ সন্তানটি জন্ম দিয়াৰ পাছতে সাংসদগৰাকীয়ে কয় যে চাইকেল চলোৱাৰ মুহূর্তত তেওঁ প্রসৱ বেদনা অনুভৱ কৰিব বুলি ভবা নাছিল৷ গ্রীন পার্টীৰ মুখপাত্র গেণ্টাৰে তিনি বছৰৰ পূর্বেও দেশখনৰ এগৰাকী মন্ত্রী হৈ থকাৰ সময়তো চাইকেল চলাই হাস্পতালত সন্তান জন্ম দিবলৈ উপস্থিত হৈছিল৷

উল্লেখ্য যে ৪১ বছৰীয়া গেণ্টাৰ হৈছে চাইকেল চলোৱাৰ সপক্ষে বিভিন্ন সময়ত যুক্তি দর্শাই অহা এগৰাকী নেত্রী৷ আমেৰিকাত জন্মগ্রহণ কৰা গেণ্টাৰে পূর্বৰে পৰা তেওঁ আৰু তেওঁৰ স্বামীয়ে চাইকেল চলাই ভাল পাইছিল বুলি উল্লেখ কৰে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ