--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় চৰকাৰৰ সচিবসকলক উৎপাদন আৰু দেশৰ ব্যক্তিগত খণ্ডত চাকৰি সৃষ্টিত গতি প্ৰদান কৰিবলৈ ব্যক্তিগত খণ্ডৰ সৈতে সম্পৰ্ক ৰাখি চলিবলৈ পৰামৰ্শ দিছে৷ লগতে প্ৰধানমন্ত্ৰীয়ে ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ সকলো হস্তক্ষেপৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে বুলি কেন্দ্ৰীয় চৰকাৰৰ কেবিনেট সচিব ৰাজীৱ গৌবাই সদৰী কৰিছে৷

কেবিনেট সচিব গৌবাই সচিবসকললৈ চিঠি লিখি ২ এপ্ৰিলৰ বৈঠকত প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক দিয়া পৰামৰ্শৰ ওপৰত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে৷  চৰকাৰে অৰ্থনৈতিক বিকাশৰ বাবে ‘সহায়ক’ আৰু ‘অনুঘটক এজেণ্ট’ হিচাপে কাম কৰা উচিত বুলি উল্লেখ কৰি গৌবাই মন্তব্য কৰে৷  

নিযুক্তিক উচ্চ অগ্ৰাধিকাৰ দিয়া উচিত বুলি উল্লেখ কৰি কেবিনেট সচিবে লগতে  লিখিছিল যে ই ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডত চৰকাৰী হস্তক্ষেপৰ কেন্দ্ৰবিন্দু হ’ব লাগে। ৪ এপ্ৰিলত প্ৰকাশিত পত্ৰখনত উল্লেখ কৰা হৈছে যে, প্ৰতিটো মন্ত্ৰণালয়/বিভাগে অনুমোদিত পদৰ বিপৰীতে খালী পদসমূহ পূৰণ কৰাৰ বাবে তৎক্ষণাৎ পদক্ষেপ লোৱা উচিত৷

পত্ৰখনত উল্লেখ কৰা হৈছে, সকলো ব্যৱস্থা পুনৰীক্ষণ কৰা প্ৰয়োজন আৰু এই ব্যৱস্থাবোৰ বাতিল /সংশোধন কৰাৰ বাবে সেই অনুসৰি ব্যৱস্থা লোৱা প্ৰয়োজনীয়তা আছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ধৰ্মান্তৰ আৰু দ্বিতীয় বিবাহৰ অভিযোগ; শিলচৰত জীৱিত কন্যাৰ প্ৰতীকী পিণ্ডদান কৰি শ্ৰাদ্ধানুষ্ঠান সম্পন্ন পিতৃৰ
গুৱাহাটীত ১২ নৱেম্বৰত বন্ধ থাকিব পেট্রল পাম্প
সৰ্বকালৰ অভিলেখ ভংগ! এইবাৰ ধনতেৰছত সমগ্র দেশত ১.২৫ লাখ কোটিতকৈ অধিক টকাৰ সামগ্ৰী বিক্রী
পৰকীয়া প্ৰেমৰ ভয়ংকৰ কাণ্ড! পত্নীক চকীত বান্ধি পেট্ৰ’ল ঢালি জীৱন্তে জ্বলাই হ*ত্যা স্বামীৰ
আজি ভূত চতুৰ্দশী; ১৪ গচ চাকি জ্বলোৱা আৰু ১৪ বিধ শাক খোৱাৰ পৰম্পৰা কিয় প্ৰচলিত?
ৰোগত আক্ৰান্ত হৈ হতাশ মহিলা; পুত্ৰৰ সৈতে ১৮ মহলাৰ পৰা জাঁপ দি ল’লে চৰম সিদ্ধান্ত
ভাৰতীয় শাস্ত্ৰীয় নৃত্য-সংগীত আৰু সাংস্কৃতিক ঐতিহ্যৰ বৰ্ণিল প্ৰকাশেৰে অনুষ্ঠিত ‘সুৰ সংগম মহোৎসৱ’
মুজফ্ফৰনগৰত মৰ্মান্তিক ঘটনা! বিদ্যালয়ৰ খেল-ধেমালি প্ৰতিযোগিতাত ভাগ লওতে ১০ বছৰীয়া ছাত্ৰৰ হাৰ্ট এটেকত মৃত্যু
বিদ্যুৎ বিলৰ পৰা ৰেহাই পাব জনপ্রতিনিধিয়ে
জীয়াভৰলীত উভৈনদী দুষ্প্রাপ্য শিলঘৰীয়া মাছ
বৰা চাউল জলপানৰ স্বাস্থ্য উপকাৰিতা আৰু পুষ্টিগুণ
নেপালত ভয়ংকৰ ঘটনা! অৱতৰণৰ সময়তে দুখন হেলিকপ্টাৰৰ সংঘৰ্ষ; মৃত্যুক সাবটিলে ভাৰতীয় পৰ্যটকে
চেনিৰ আঁৰত লুকুৱাই অনা ১.২৬ কোটি টকাৰ কফ ছিৰাপ জব্দ কাছাৰ আৰক্ষীৰ; আটক দুজন
সৌৰভ দুৱৰাৰ ‘ফিছিং নেট ইন উইণ্টাৰ মর্নিং’লৈ আন্তর্জাতিক স্বীকৃতি