--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চাৰ্বিয়াত অনুষ্ঠিতব্য এখন ডকুমেণ্টৰী ফিল্ম মেকিং কৰ্মশালালৈ নিৰ্বাচিত হৈছে অসমৰ যুৱ চলচ্চিত্ৰকৰ্মী সাগৰ সৌৰভ৷ বিশ্বজুৰি নবীন ডকুমেণ্টৰী নিৰ্মাতাই অংশগ্ৰহণ কৰিবলগা কৰ্মশালাখন অনুষ্ঠিত হ’ব ছাৰ্বিয়াৰ উঝিচে UŽICE চহৰত৷ সপ্তাহজোৰা কাৰ্যসূচীৰে এই কৰ্মশালা ২০ৰ পৰা ২৭ আগষ্টলৈকে চলিব৷

চলিত বৰ্ষটোত কৰ্মশালাৰ বিশেষজ্ঞসকলে অংশগ্ৰহণকাৰীসকলক ডকুমেণ্টৰী নিৰ্মাণৰ বিভিন্ন দিশৰ বিষয়ে অৱগত কৰা হ’ব বুলি আয়োজকসকলে জনাইছে৷ বিশেষজ্ঞসকল হৈছে ছাৰ্বিয়ান চলচ্চিত্ৰ পৰিচালক ৰাডা ছেছিক আৰু ডকুমেণ্টৰী ফিল্মমেকাৰ ক্ৰিছ ফিলিপ্পনেৰ দৰে অভিজ্ঞ চলচিত্ৰকৰ্মী৷ 

উল্লেখ্য যে ছাৰ্বিয়াৰ এই বিশিষ্ট কৰ্মশালাখনলৈ নিৰ্বাচিত হোৱা সাগৰ সৌৰভে ইতিমধ্যে কেইবাখনো ছুটী ছৱিৰ পৰিচালনা কৰাৰ উপৰিও অভিনয়ো কৰি আহিছে৷ চলচ্চিত্ৰৰ উপৰিও সাহিত্য জগততো ইতিমধ্যে কেইবাখনো কবিতাপুথিৰে সাগৰ সৌৰভে পাঠকৰ সমাদৰ লাভ কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ