--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দক্ষিণ ভাৰতৰ গুৰুত্বপূৰ্ণ চহৰত এতিয়া ৰেবিছৰ আতংক বিৰাজমান৷  শুকুৰবাৰে লাভ কৰা তথ্য অনুসৰি চেন্নাইত ২৯ জন লোকক কামোৰাৰ পাছত প্ৰহাৰ কৰি হত্যা কৰা এটা কুকুৰৰ নমুনা পৰীক্ষাত ৰেবিজ পজিটিভ পোৱা গৈছে।


বৃহত্তৰ চেন্নাই নিগমে ৰয়পুৰম অঞ্চলত কুকুৰটোৱে কামোৰা ব্যক্তিসকলৰ সংস্পৰ্শত থকা বুলি উল্লেখ কৰি অতি সোনকালে জলাতংক প্ৰতিৰোধী ভেকচিনৰ বেজী ল’বলৈ পৰামৰ্শ দিছে।


মঙলবাৰে কুকুৰটোৱে বিশেষ অঞ্চলৰ একাধিক বাসিন্দাক আক্ৰমণ কৰে, আৰু ভুক্তভোগীক সহায় কৰিবলৈ হস্তক্ষেপ কৰা এজন ব্যক্তিকো কামুৰি দিয়ে। ক্ষুব্ধ স্থানীয় লোকে কুকুৰটোক শিলগুটিৰে আঘাত কৰি পাছত হত্যা কৰে।এই কাণ্ডৰ পাছত নিগমৰ বিষয়াসকলে অঞ্চলটোৰ পৰা আৰু ৩১টা বিপথগামী কুকুৰ ধৰে, আৰু কুকুৰসমূহক জলাতংক ৰোগৰ পৰা প্ৰতিষেধক প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।বিশেষ বিপথগামী কুকুৰৰ বিৰুদ্ধে অভিযান আৰু কুকুৰবোৰৰ বাবে এ আৰ ভি টীকাকৰণো সমগ্ৰ মহানগৰীত চলি আছে।চেন্নাই নগৰ নিগমৰ বিষয়াসকলৰ মতে, এই মাহত মুঠ ১২৪২টা কুকুৰ ধৰা পৰিছে, আৰু ১০০৭টা কুকুৰৰ জন্ম নিয়ন্ত্ৰণ অস্ত্ৰোপচাৰ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক