--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : নিজকে নতুনকৈ সজোৱাৰ বাবে প্ৰত্যেকগৰাকী লোকেই চেষ্টা কৰে৷ ছ'চিয়েল মিডিয়াত চুলিৰ ষ্টাইল সলনি কৰাক লৈ আলোচনাৰ বিষয় হৈ পৰিল এগৰাকী ব্যক্তি৷ এইবাৰ নতুন ৰূপত আহিছে ইলন মাস্ক৷ বিশ্বৰ ধনাঢ্য ব্যক্তি তথা ‘টেছলা’ৰ স্বত্বাধিকাৰী ইলন মাস্কৰ নতুন হেয়াৰষ্টাইল এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে৷

মাস্কৰ চুলিৰ ষ্টাইলৰ ফটো প্ৰকাশ কৰাৰ পাছৰে পৰা বহুতেই তুলনা কৰিছে উত্তৰ কোৰিয়াৰ স্বেচ্ছাচাৰী শাসক হিচাপে পৰিচিত কিম জং উনৰ সৈতে৷ চুলিৰ ষ্টাইলক লৈ প্ৰায়ে চৰ্চাত থকা কিমৰ পাছতে এতিয়া মাস্কক লৈ ব্যস্ত হৈ পৰিল নেটিজেন৷


উত্তৰ কোৰিয়াৰ কমিউনিষ্ট শাসকজনে নিজৰ কাম-কাজক লৈ প্ৰায়ে বিতৰ্কৰ মাজত থকাৰ উপৰি চুলিৰ ষ্টাইলে সকলোৰে দৃষ্টি নিবদ্ধ কৰি অহা দেখা যায়৷ কিমৰ অনবদ্য কেশবিন্যাস উত্তৰ কোৰিয়াৰ কোনো লোকে অনুসৰন কৰিব নোৱাৰে৷ কিন্তু ইলন মাস্কে কিমৰ চুলিৰ ষ্টাইল আদৰি লোৱাৰ পাছতে চৰ্চালৈ আহিছে বিশ্বৰ দুয়োজন প্ৰভাৱশালী ব্যক্তি৷ উল্লেখ্য যে ৬৫কোটিৰো অধিক অনুৰাগীৰে ভৰি আছে মাস্কৰ টুইটাৰ৷ যাৰ বাবে মাস্কে নতুন চুলিৰ ষ্টাইলক লৈ টুইটাৰত ফটো আপলোড কৰাৰ পাছতে উত্তৰ কোৰিয়াৰ শাসকজনৰ সৈতে তুলনা কৰে মাস্কক৷ ইয়াৰ উপৰি দুয়োজনৰে ফটো ব্যৱহাৰ কৰি চুলিৰ ষ্টাইল তুলনা কৰাটো পিছপৰি নৰ'ল ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ