--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ড্ৰাগছৰ গোচৰত ইজনৰ পাছত সিজন বলীউডৰ তাৰকা নাৰ্ক’টিক্স কণ্ট্ৰ’ল ব্যুৰোৰ জালত পৰাৰ পাছত শনিবাৰে জালত পৰিল বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খান৷ কৰ্ডেলিয়া নামৰ বিলাসী ক্ৰুজখনত চলি থকা এটা পাৰ্টীৰ পৰা অন্য ১০জন লোকৰ সৈতে শ্বাহৰুখৰ পুত্ৰক আটক কৰে এনচিবিয়ে৷

গ্ৰেপ্তাৰ হোৱাসকলৰ ভিতৰত বিশেষকৈ চৰ্চা লাভ কৰিলে আৰিয়ানে কাৰণ তেওঁ শ্বাহৰুখ খানৰ পুত্ৰ৷ আৰিয়ানৰ পিছতে চৰ্চা লাভ কৰিছে ২৩ বছৰীয়া এগৰাকী সুন্দৰী যুৱতীয়ে। যুৱতীগৰাকীৰ নাম নূপুৰ ছাৰিকা৷ নূপুৰে চালাকি খটুৱাই বিলাসী ক্ৰুজখনত পাৰ্টি কৰিবলৈ ছেনিটাৰী নেপকিনত ভৰাই লৈ গৈছিল ড্ৰাগছ।

ছেনিটাৰী নেপকিনত ড্ৰাগছ ভৰাই জাহাজত প্ৰৱেশ কৰিছিল নূপুৰে। পিছে কপাল বেয়া আছিল সুন্দৰী যুৱতীগৰাকীৰ৷ ইমানখিনি বুদ্ধি প্ৰয়োগ কৰিও তেওঁ সাৰি নগ’ল এনচিবিৰ তীক্ষ্ণ নজৰৰ পৰা৷ আৰিয়ান খানৰ লগতে তেওঁক একেলগে গ্ৰেপ্তাৰ কৰা হয়৷ পেছাত নূপুৰ এগৰাকী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী। শিক্ষয়িত্ৰীৰ এই কুকাণ্ডই সকলোৰে চকু কপালত তুলিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক