--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মৌনী ৰয় মানে যেন হ’ট লুকত ব’ল্ড প’জ। ছ’চিয়েল মিডিয়াত তেওঁৰ প্ৰতিটো প’ষ্টেই ব্যাপক হাৰত ভাইৰেল হোৱা দেখিবলৈ পোৱা যায়। মৌনীৰ হ’ট লুক আৰু দৈহিক গঠনে বাৰে বাৰে প্ৰশংসা পাই আহিছে অনুৰাগীৰ। এইবাৰো ইয়াৰ ব্যতিক্ৰম নহয়। কাৰণ এটাই, নানা ভংগীৰ ১০খন ছবি একেবাৰে প’ষ্ট কৰিছে অভিনেত্ৰীগৰাকীয়ে। কেতিয়াবা যদি হ’ট লুকত ভাইৰেল মৌনী, কেতিয়াবা আকৌ লেপটপ হাতত লৈ কামত ব্যস্ত মৌনী। মুঠতে বহুৰূপী মৌনী। বিয়াৰ পাছত  সংসাৰ চলাই নিয়া মৌনী বৰ্তমান ব্যস্ত নিজ কৰ্মত। শেহতীয়াকৈ হৃত্বিকৰ সৈতে ফটো উঠি ভাইৰেল মৌনী। অনুৰাগীক সুখী কৰি ৰাখিবলৈকে মাজে মাজে এইদৰে আকৰ্ষণীয় ছবি উপহাৰ দি যোৱাতো তেওঁৰ স্বভাৱত পৰিণত হৈছে।

উল্লেখ্য যে, মৌনীৰ জীৰ’ ফিগাৰে যিদৰে প্ৰশংসা বুটলিছে তেনেদৰে সন্মুখীন হৈছে সমালোচনাৰো। অনুৰাগীৰ পৰামৰ্শকো আওকাণ কৰা পৰ্দাৰ ‘নাগিন’ খ্যাত মৌনীয়ে নিজৰ ব’ল্ড লুক ধৰি ৰখাত সিদ্ধহস্ত। এইবাৰো যেন তাকেই প্ৰমাণ কৰি দিলে তেওঁ। ১০খন ছবিৰ যিখন ছবিয়ে অনুৰাগীয়ে বেছি পৰ থৰ হৈ চাই থাকিল সেইখন হৈছে সমুদ্ৰৰ পাৰত মৌনীৰ বিকিনী প’জ। মৌনীৰ বিকিনি প’জে দৃষ্টি কাঢ়িছে অনুৰাগীৰ।

এপিনে যিদৰে অনুৰাগীৰ দৃষ্টিত নিজৰ শৰীৰক অস্ত্ৰ কৰি তুলিছে তেনেদৰে  বলীউডতো ভৰিৰ তলত মাটি ধৰি ৰাখিছে মৌনীয়ে। সম্প্ৰতি আহিবলগীয়া প্ৰকল্পৰ কামত ব্যস্ত অভিনেত্ৰীগৰাকী। বছৰটোৰ আৰম্ভণিতে বিবাহ পাশত আবদ্ধ হৈছিল তেওঁ। এনেদৰেই তেওঁ তেওঁৰ ব্যক্তিগত জীৱনৰ পৰা অভিনয় কেৰিয়াৰলৈকে দুয়োৰে মাজত ভাৰসাম্য ধৰি ৰাখিবলৈ চেষ্টা কৰি গৈছে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক