--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আজি অৰ্থাৎ দেওবাৰৰ পৰা আৰম্ভ হৈছে ‘বিগ বছ ১৮’। অনুষ্ঠানটোৰ ঘোষক ছলমান খান।আনহাতে  সংবাদ মাধ্যম অনুসৰি দীপাৱলী উপলক্ষে নিজৰ অনুৰাগীক বিশেষ উপহাৰ দিবলৈ আগবাঢ়িছে ছলমান খানে। আচলতে ছলমান খানক ৰোহিত শ্বেট্টীৰ ছবি ‘ছিংহাম এগেইন’ত ‘চুলবুল পাণ্ডে’ৰ চৰিত্ৰত দেখা যাব।

Singham Again: Ajay Devgn's much-awaited flick gets POSTPONED, set to clash  with Kartik Aaryan's film – India TV



ছবিখনত ছলমান খানক কপ ইউনিভাৰ্ছৰ পুলিচ ৰূপে শত্ৰুৰ সৈতে যুঁজি থকা দেখা যাব। উল্লেখ্য যে, ‘ছিংঘম এগেইন’ত ইতিমধ্যে বহু জনপ্ৰিয় তাৰকা দেখা পোৱা যাব আৰু এতিয়া বলীউডৰ ডাবাংগে তেওঁৰ ডাবাং অৱতাৰত ছবিখনত চুলবুল পাণ্ডেৰ চৰিত্ৰত অভিনয় কৰিব । তেওঁৰ উপস্থিতিয়ে ছবিখনক এক বিশেষ স্থান প্ৰদান কৰিব ৷ 


Singham Again Trailer To Release On 3 October 2024 Rohit Shetty Ajay Devgn  May Hold Launch Event Reports - Entertainment News: Amar Ujala - Singham  Again:इस दिन रिलीज होगा 'सिंघम अगेन' का

এক প্ৰতিবেদন অনুসৰি ছলমান খানে ছবিখনৰ শ্বুটিং বৰ্তমানলৈকে কৰা নাই। কিন্তু তেওঁ চুলবুল পাণ্ডেৰ ৰূপত শ্বুটিং কৰিবলৈ সন্মত হৈছে। উল্লেখ্য যে এবাৰ ৰিয়েলিটি শ্ব’ৰ সময়ত ৰোহিত শ্বেট্টীয়ে ছলমান খানক এই বিষয়ে সুধিছিল আৰু তেওঁ উত্তৰ দিছিল যে ‘এবাৰ মই এটা প্ৰতিশ্ৰুতি দিলে, সেইটো মই পূৰণ কৰো।’



Singham Again - rating | Somindram


আপোনালোকক জনাও যে ‘ছিংঘম এগেইন’ ৰোহিত শ্বেট্টীৰ কপ ইউনিভাৰ্ছৰ এটা অংশ। অজয় দেৱগন অভিনীত এই ছবিখনত কৰীনা কাপুৰ, দীপিকা পাডুকন, ৰণবীৰ সিং, অক্ষয় কুমাৰ, টাইগাৰ শ্ৰফ আৰু অৰ্জুন কাপুৰৰ দৰে বহু ডাঙৰ ডাঙৰ তাৰকা আছে। এনে পৰিস্থিতিত ছলমান খানৰ প্ৰৱেশৰ লগে লগে ছবিখনৰ উপাৰ্জনে নতুন উচ্চতা লাভ কৰিব পাৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ