--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বলীউডৰ ৰজা শ্বাহৰুখ খানৰ পত্নী গৌৰী খান হয়তো অভিনেত্ৰী নহ’বও পাৰে, কিন্তু তেওঁৰ কাম আৰু সৌন্দৰ্যৰ বাবে তেওঁ প্ৰায়েই বাতৰিৰ শিৰোনাম দখল কৰে৷ গৌৰী কেৱল শ্বাহৰুখৰ পত্নী নহয়, এগৰাকী বিখ্যাত ইণ্টেৰিয়ৰ ডিজাইনাৰ। ইয়াৰ বাহিৰেও তেওঁৰ আন বহুতো ব্যৱসায় আছে । 

गौरी का खुद का एक प्रोडक्शन हाउस और डिजाइनिंग कंपनी भी है. इसके साथ ही वो मुंबई,  दिल्ली, अलीबाग, लंदन, दुबई और लॉस एंजेलिस में करोड़ों के घर की मालकिन भी हैं.


বি-টাউনৰ এগৰাকী বিখ্যাত ইণ্টেৰিয়ৰ ডিজাইনাৰ গৌৰী খান। এতিয়ালৈকে তেওঁ কৰণ জোহৰ, কেটৰিনা কাইফ আৰু মালাইকা অৰোৰাৰ দৰে তাৰকাৰ ঘৰ নতুন আৰু অনন্য ৰূপ প্ৰদান কৰিছে । ইয়াৰ সমান্তৰালকৈ গৌৰী এগৰাকী চলচ্চিত্ৰ প্ৰযোজক। তেওঁৰ কেইবাখনো ৰেষ্টুৰেণ্ট আছে। এই সকলোবোৰ ব্যৱসায়ৰ জৰিয়তে তেওঁ কোটি কোটি টকা উপাৰ্জন কৰে।

बात करें गौरी के कार कलेक्शन की तो उनके पास बेंटले कॉन्टिनेंटल जीटी जैसी कई लग्जरी और महंगी गाड़ियां भी हैं.

গৌৰীৰ নিজাকৈ প্ৰডাকচন হাউচ আৰু ডিজাইনিং কোম্পানীও আছে। ইয়াৰ লগতে মুম্বাই, দিল্লী, আলিবাগ, লণ্ডন, ডুবাই আৰু লছ এঞ্জেলছত কোটি কোটি মূল্যৰ কেইবাতাও ঘৰৰ গৰাকী তেওঁ ।


बता दें कि गौरी खान और शाहरुख खान ने 6 साल की डेटिंग के बाद एक-दूसरे से शादी रचाई थी. आज ये कपल तीन बच्चों के पेरेंट्स हैं. গৌৰীৰ বেণ্টলি কন্টিনেণ্টেল জিটিৰ দৰে বহু বিলাসী আৰু দামী গাড়ীও আছে। লাইফষ্টাইল এছিয়াৰ তথ্য অনুসৰি গৌৰী খানৰ সম্পত্তিৰ পৰিমাণ ১৬০০ কোটিতকৈও অধিক। কেৱল তেওঁৰ এটা ষ্ট’ৰৰ মূল্য ১৫০ কোটি টকা।

वहीं लाइफस्टाइल एशिया के अनुसार गौरी खान की नेटवर्थ 1600 करोड़ से भी ज्यादा है. उनका एक स्टोर की कीमत ही 150 करोड़ रुपए है.
উল্লেখ্য যে গৌৰী খান আৰু শ্বাহৰুখ খানে ৬ বছৰৰ প্ৰেমৰ সম্পৰ্কৰে ইজনে সিজনক বিয়া কৰাইছিল। বৰ্তমান এই দম্পতী তিনিটা সন্তানৰ পিতৃ-মাতৃ ৷ শ্বাহৰুখ খানৰ আহিবলগীয়া ছবি ‘কিং’ ৷ তেওঁ এই ছবিত আকৰ্ষণীয় ৰূপত অভিনয় কৰিছে ৷ তথ্য অনুসৰি এই ছবিখনত তেওঁক কন্যা চুহানা খানৰ সৈতে দেখা যাব।




FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ