--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: জিঅ’ ষ্টুডিঅ’ আৰু আমিৰ খান প্ৰডাকচনৰ দ্বাৰা নিৰ্মিত ছবি লাপাটা লেডিজে মুক্তিৰ পিছত ভাৰতীয়ৰ মনত যথেষ্ট প্ৰভাৱ পেলাইছে। এই ছবিখনৰ আকৰ্ষণীয় কাহিনী আৰু হাস্যৰসেৰে ভৰা পৃথিৱীখনে দৰ্শকৰ মন জয় কৰিছে। ছবিখনে ছবিগৃহত যথেষ্ট মৰম-আদৰ লাভ কৰিছে, কেৱল এয়াই নহয়, ইয়াৰ OTT মুক্তিয়েও দৰ্শকক আপ্লুত কৰিছে।


Laapataa Ladies released in Japan after its entry into the Oscars

এই ছবিখন পৰিচালনা কৰিছে কিৰণ ৰাওৱে ৷ আজি জাপানত মুক্তি পালে এই ছবিখন। আমাৰ দেশৰ বাহিৰৰ মানুহৰ মাজলৈও পাখি মেলিছে লাপাটা লেডিজে। ভাৰতত সফলতা লাভ কৰাৰ পিছত জাপানতো এই ছবিখন সকলোৰে প্ৰিয় হৈ পৰিব বুলি আশা কৰা হৈছে। 

ইয়াৰ উপৰিও ছবিখনে অস্কাৰত প্ৰৱেশ কৰি আন এক মাইলৰ খুঁটি অৰ্জন কৰিছে। ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অৱ মেলবৰ্ণ ২০২৪ (আইএফএফএম)তো এই ছবিখনে শ্ৰেষ্ঠ চলচ্চিত্ৰ সমালোচক চয়ছ বঁটা লাভ কৰিছে। ভাৰতৰ গ্ৰাম্য অঞ্চলত পৰিৱেশিত এই ছবিখনত ৰে’লত যাত্ৰা কৰি পৰিয়ালৰ পৰা বিচ্ছিন্ন হোৱা দুগৰাকী কইনাৰ কাহিনী চিত্ৰায়ণ কৰা হৈছে । ইয়াৰ পিছত বহু উত্থান-পতন ঘটে আৰু কঠিন পৰিস্থিতিৰ সৃষ্টি হয়। 


Kiran Rao's Laapataa Ladies Released In Japan After Becoming India's  Official Oscar Submission | Times Now

জিঅ' ষ্টুডিঅ'ৰ দ্বাৰা উপস্থাপিত 'লাপাটা লেডিজ'ৰ পৰিচালক কিৰণ ৰাও ৷ প্ৰযোজক আমিৰ খান আৰু জ্যোতি দেশপাণ্ডে। আমিৰ খান প্ৰডাকচন আৰু কিণ্ডলিং প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ কৰা এই ছবিখন। বিপ্লৱ গোস্বামীৰ বঁটা বিজয়ী কাহিনীৰ আধাৰত নিৰ্মিত, আৰু এই ছবি এতিয়াও ছবিগৃহত প্ৰদৰ্শিত হৈ আছে। ছবিখনৰ চিত্ৰনাট্য আৰু সংলাপ লিখিছে স্নেহা দেশাই। আনহাতে অতিৰিক্ত সংলাপবোৰক ৰূপ দিছে দিব্যনিদী শৰ্মাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ