--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • দূষিত পানী সেৱনৰ ফলত বহু লোক যকৃতৰ ৰোগত আক্রান্ত হৈছে।

ডিজিটেল ডেস্ক : দূষিত পানী সেৱন কৰাৰ ফলত এইবাৰ হাৰিয়ানাৰ পালৱাল জিলাত মহামাৰী-সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে। জিলাখনৰ চয়ঞ্চ গাঁৱত স্বাস্থ্য কর্তৃপক্ষই জৰুৰী অৱস্থা ঘোষণা কৰিছে। এতিয়ালৈকে দূষিত পানী সেৱন কৰি যকৃতৰ ৰোগত আক্রান্ত হৈ হাৰিয়ানাৰ জিলাখনত কমেও সাতজন লোকে প্রাণ হেৰুৱাইছে। 


আনহাতে, মধ্য প্রদেশ, গুজৰাট, পশ্চিম বংগ আৰু শেহতীয়াকৈ হাৰিয়ানাত দূষিত পানী সেৱনৰ ফলত বহু লোক যকৃতৰ ৰোগত আক্রান্ত হৈছে আৰু ইন্দোৰ, গান্ধীনগৰ, কলকাতা আৰু পালৱালত যোৱা কেইসপ্তাহমানৰ পৰা মহামাৰী-সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে। ৪খন ৰাজ্যৰ ৪ ঠাইত দূষিত পানী সেৱন কৰি শতাধিক লোক গুৰুতৰ ৰোগত আক্রান্ত হৈছে। 


লক্ষণীয় বিষয়টো হ'ল ভাৰতৰ সবাতোকৈ পৰিষ্কাৰ চহৰ মধ্য প্রদেশৰ ইন্দোৰত দূষিত পানী সেৱনৰ ঘটনাৰ পৰা আৰম্ভ কৰি গুজৰাটৰ সু-পৰিকল্পিত গান্ধীনগৰ, পশ্চিম বংগৰ কলকাতাৰ নাগৰিক গুৰুতৰ ৰোগত আক্রান্ত হোৱাটোৱে দেশৰ জনস্বাস্থ্যলৈ সংকট নমাইছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু