--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কুখ্যাত ডন ডাউড ইব্ৰাহীমক লৈ চলিছে ব্যাপক চৰ্চা৷ বিশ্বজুৰি সংবাদ  মাধ্যম ব্যস্ত হৈ পৰিছে ডাউডৰ খবৰৰ অনুসন্ধানত৷ 

শেহতীয়া খবৰ অনুসৰি পাকিস্তানৰ কৰাচীৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ডাউড ইব্ৰাহীমক৷ আণ্ডাৰৱৰ্ল্ড ডনজনক বিহপান কৰোৱা বুলি চৰ্চা চলিছে৷ 

সম্প্ৰতি কটকটীয়া নিৰাপত্তা বেষ্টনীত ৰখা হৈছে ডাউডক৷ মুম্বাই বোমা বিস্ফোৰণৰ মাষ্টাৰমাইণ্ড আছিল ডাউড ইব্ৰাহীম৷ পাকিস্তানৰ ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা ডাউডৰ ঘটনাক লৈ৷ 

ডাউদক বিহপান কৰোৱা বিষয়টো নিশ্চিত কৰা নাই কোনো এজেন্সীয়ে৷ এই ঘটনাক লৈ পাকিস্তানত সৃষ্টি হৈছে চাঞ্চল্যৰ৷ পাকিস্তানৰ ইণ্টাৰনেটৰ ছাৰ্ভাৰ ডাউন কৰি দিয়া হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ