--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজস্থান পৰ্যটন বিভাগে লোহাগড় কিল্লাৰ সংগ্ৰহালয় চৌহদত হোলী উপলক্ষে কেইবাটাও সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰে। ইয়াত কুস্তি দঙ্গল, লোক নৃত্য, দীঘল মোচ প্ৰতিযোগিতা আদি অনুষ্ঠিত কৰা হৈছিল। দীঘল মোচ প্ৰতিযোগিতাত এজন লোকে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। তেওঁৰ নাম জগমল সিং ভাটি। জগমল সিং ভাটিক দীঘল মোচ প্ৰতিযোগিতাৰ বিজয়ী ঘোষণা কৰা হৈছিল। তেওঁৰ মোচৰ দৈৰ্ঘ্য ৩২ ফুট। পৰ্যটন বিভাগৰ এই সাংস্কৃতিক কাৰ্যসূচী চাবলৈ চহৰখনৰ ভিন্ন প্ৰান্তৰ অগণন লোক উপস্থিত হৈছিল। অনুষ্ঠানটোত ৰাজ্যিক মন্ত্ৰী ড০ সুভাষ গাৰ্গ মুখ্য অতিথি হিচাপে আছিল। এই অনুষ্ঠানসমূহৰ ভিতৰত ঐতিহাসিক জলমহলসমূহতো সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰে ৰাজস্থান পৰ্যটন বিভাগে। জলমহল চৌহদত ৰঙীন ঝৰ্ণাৰ প্ৰদৰ্শন কৰা হয়। ৰঙীন ঝৰ্ণাবোৰ চাবলৈ সমগ্ৰ দেশ আৰু বিদেশৰ মানুহৰ ভিৰ কৰেহি।মহিলা শিল্পীসকলে লোক নৃত্য অনুষ্ঠানত বিভিন্ন ধৰণৰ লোক নৃত্য উপস্থাপন কৰি দৰ্শকসকলক মন্ত্ৰমুগ্ধ কৰে। আৰু পঢ়কঃ ৰানৱেৰ পৰি পিছলি পৰিল যাত্ৰীবাহী বিমান! কথমপি প্ৰাণৰক্ষা ৬০জন লোকৰ BFC-new-banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন