--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইংলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ আৱাসতো উদ্‌যাপন কৰা হ’ল দীপাৱলী৷ ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনক আৰু তেওঁৰ পত্নী অক্ষতা মূৰ্তিয়ে লণ্ডনৰ ১০ ডাউনিং ষ্ট্ৰীটত কন্যা কৃষ্ণা আৰু অনুষ্কাৰ সৈতে দীপাৱলী উদ্‌যাপন কৰে।

ঋষি সুনকে ইনষ্টাগ্ৰামত অন্তৰংগ উদ্‌যাপনৰ স্নেপ শ্বেয়াৰ কৰে।সুনক পৰিয়ালে নিজৰ বাসগৃহত চাকি জ্বলাই থকা দেখা গৈছে। দীপাৱলীৰ দিনা পুনৰবাৰ নিজৰ চিন্তাশীল পছন্দৰ দ্বাৰা ফেশ্বন জগতত ঢৌ তুলিছে অক্ষতা মূৰ্তিয়ে। ভাৰতীয় পৰম্পৰাক ধৰি ৰাখি অক্ষতা মূৰ্তিয়ে দীপাৱলীৰ বাবে শাৰী পিন্ধিছিল।

অক্ষতা মূৰ্তিয়ে সৰল অথচ আকৰ্ষণীয় ৰয়েল ব্লু ৰঙৰ শাৰী বাছি লৈছিল, আৰু ইয়াক মেচিং ব্লাউজৰ সৈতে পৰিধান কৰিছিল। ঋষি সুনক আৰু অক্ষতা মূৰ্তিৰ দুগৰাকীয়েও ঘৰতে দীপাৱলী উদযাপনৰ বাবে পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰিছিল।

গত সপ্তাহত প্ৰি-দীপাৱলী উপলক্ষে অক্ষতাই বাছি লৈছিল ৰঙা আৰু সোণালী ব্ৰকেডৰ এটা কুৰ্তা, যিটো ভাৰতীয় পৰম্পৰাগত বস্ত্ৰশিল্প আৰু কাৰুকাৰ্যৰ সমসাময়িক ৰূপৰ বাবে পৰিচিত ভাৰতীয় বিখ্যাত ফেশ্বন লেবেল ৰ’ মেংগোৰ চেট।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ