--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমাৰ শৰীৰৰ বাবে কেলচিয়াম অতি গুৰুত্বপূৰ্ণ। কেলচিয়ামৰ অভাৱত হাড় দুৰ্বল হৈ পৰে। কেলচিয়ামৰ অভাৱত দাঁতৰো সমস্যা হয়। হাঁড় আৰু দাঁতৰ বাবে অতি প্ৰয়োজনীয় উপাদান কেলচিয়াম। কি কি খালে আমি কেলচিয়ামৰ অভাৱ পূৰ্ণ কৰিব পাৰো জানো আহক।  

গাখীৰঃ গাখীৰত থাকে কেলচিয়ামৰ উত্তম উৎস। যদি আপুনি প্ৰতিদিনে গাখীৰ খায়, তেন্তে কেলচিয়ামৰ অভাৱ দূৰ কৰিব পাৰে। কিছুমান মানুহে গাখীৰ খাবলৈ একেবাৰেই ভাল নাপায়, গতিকে হাড়ৰ লগত জড়িত সমস্যাৰ সন্মুখীন হৈ থাকিব পাৰে। 

তিলঃ তিল কেলচিয়ামৰ উত্তম উৎস বুলি গণ্য কৰা হয়। আপুনি তিলৰ লাড়ু বনাই খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰি কেলচিয়ামৰ অভাৱ দূৰ কৰিব পাৰে। তিল পৰঠা বা পুৰীত ভৰাই খাব পাৰি।

শাক-পাচলিঃ কিছুমান শাক-পাচলিত কেলচিয়াম ভাল পৰিমাণে থাকে। এনে শাক-পাচলি সেৱনে কেলচিয়ামৰ অভাৱ দূৰ কৰিব পাৰে। বতৰৰ শাক-পাচলি খোৱাটো উপকাৰী বুলি বিবেচিত হয়।

বাদামঃ বাদাম কেলচিয়ামৰ এক উত্তম উৎস। যদি আপোনাৰ শৰীৰত কেলচিয়ামৰ অভাৱ হয় তেন্তে দৈনিক ১ কাপ তিয়াই থোৱা বাদাম খোৱাটো আপোনাৰ স্বাস্থ্যৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে। বাদাম খালে কেলচিয়ামৰ অভাৱ দূৰ হয়।

ছয়া মিল্কঃ কিছুমান মানুহৰ গৰু-ম’হৰ গাখীৰৰ পৰা এলাৰ্জী হয়। এনে লোকে ছয়া মিল্কক খাদ্যৰ অংশ হিচাপে গঢ়ি তুলিব পাৰে। ছয়া মিল্ক খাই কেলচিয়ামৰ অভাৱ দূৰ কৰিব পাৰি।

চিয়া বীজঃ কেলচিয়ামৰ অভাৱ দূৰ কৰিবলৈ চিয়া বীজ অতি উত্তম উৎস। চিয়া বীজত কেলচিয়াম প্ৰচুৰ পৰিমাণে থাকে। ইয়াত ফছফৰাছ ভাল পৰিমাণত পোৱা যায় যিয়ে হাড় শক্তিশালী কৰাৰ কাম কৰে। 





FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ