--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এটা স্তৰযুক্ত পদ্ধতিৰে দিল্লী এন চি আৰত বায়ু প্ৰদূষণৰ সৈতে মোকাবিলা কৰিবলৈ 'গ্রেডেড্ বেছপন্স একশ্যন প্লেন' (জি আৰ এ পি) প্রস্তুত কৰা হয়। বায়ুৰ মানৰ ওপৰত ভিত্তি কৰি এই একশ্যন প্লেন প্রস্তুত কৰা হয়।

ডিজিটেল ডেস্কঃ চলিত বৰ্ষৰ ভিতৰত মঙলবাৰে প্রথমবাৰৰ বাবে দিল্লী আৰু ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত (এন চি আৰ) বায়ুৰ মান সবাতোকৈ শোচনীয় স্তৰলৈ আহিছে। বায়ুৰ মান ব্যৱস্থাপনা আয়োগে দিল্লী এন চি আৰত 'গ্রেডেড্ ৰেছপন্স একশ্যন প্লেন'ৰ (জি আৰ এ পি) ঔৰ-৩ আৰোপ কৰিছে।


মহানগৰখনত গড় বায়ুৰ মান সূচকাংক (এ কিউ আই) ৪২৫ পোৱাৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত লোৱা হৈছে। প্রদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ পৰিসংখ্যা অনুসৰি, আনন্দ বিহাৰত এ কিউ আই ৪১২, আলিপুৰত ৪৪২, বায়নাত এ কিউ আই সর্বাধিক ৪৬২ হয়। চান্দনী চকত ৪১৬, আৰ কে পুৰম আৰু পটপৰগঞ্জত ক্রমে এ কিউ আই ৪৪৬, ৪৩৮ হয়।


আনহাতে, এটা স্তৰযুক্ত পদ্ধতিৰে দিল্লী এন চি আৰত বায়ু প্ৰদূষণৰ সৈতে মোকাবিলা কৰিবলৈ 'গ্রেডেড্ বেছপন্স একশ্যন প্লেন' (জি আৰ এ পি) প্রস্তুত কৰা হয়। বায়ুৰ মানৰ ওপৰত ভিত্তি কৰি এই একশ্যন প্লেন প্রস্তুত কৰা হয়।


আনহাতে, দিল্লী-এন চি আৰত বায়ুৰ মান অতি শোচনীয় হোৱাৰ পাছত দিল্লী চৰকাৰে শিক্ষার্থীৰ বাবে হাইব্রীড পদ্ধতিত (শাৰীৰিক উপস্থিতি-অনলাইন ক্লাছ, দুয়োটাই) পাঠদানৰ নিৰ্দেশ দিছে বিদ্যালয়সমূহক) বায়ু প্রদূষণ বৃদ্ধি হোৱাৰ বাবে পঞ্চম শ্রেণী পর্যন্ত শিক্ষার্থীৰ বাবে হাইব্রীড পদ্ধতিত পাঠদানৰ নির্দেশ দিছে দিল্লী চৰকাৰে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ