--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
দেশৰ  ভিতৰতে মহিলাৰ নিৰাপদ চহৰ  হিচাপে  স্বীকৃতি লাভ কৰিছে পশ্চিমবংগই।এই  স্বীকৃতিৰ আঁৰত আছে কলিকতা আৰক্ষী৷  নেচনেল ক্রাইম ৰেকৰ্ড  ব্যুৰোৰ ২০২১ বৰ্ষৰ   তথ্য  সমূহ ফেচবুক পেজত শ্বেয়াৰ কৰিছে কলকতা আৰক্ষীয়ে৷  ২০১৯চনক বাদ দি  তৃতীয় বাৰৰ বাবে কলিকতা আৰক্ষীয়ে এই সাফল্য অৰ্জন কৰিছে৷  

"চুৰি, ডকাইতি, হত্যা, হত্যাৰ চেষ্টা, ধৰ্ষণ, মহিলাক নিৰ্যাতন, এনে অপৰাধ দেশৰ আন ৰাজ্যতকৈ কলকাতাত কম। ফেচবুকৰ  প’ষ্টত কলকাতা আৰক্ষীয়ে লিখিছিল, "লক্ষ্য হৈছে অপৰাধমুক্ত কলিকতা।ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰোৰ এক প্ৰতিবেদন অনুসৰি, কলকাতাক আকৌ এবাৰ দেশৰ আটাইতকৈ সুৰক্ষিত চহৰ হিচাপে স্বীকৃতি দিয়া হৈছে।  ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰোৰ দ্বাৰা প্ৰকাশিত ২০২১ চনৰ পৰিসংখ্যা অনুসৰি, কলকাতাত গুৰুতৰ অপৰাধৰ হাৰ ভাৰতৰ অন্যান্য চহৰতকৈ যথেষ্ট কম। "

ভাৰতৰ প্ৰায় প্ৰতিখন প্ৰধান চহৰ এই তালিকাত আছে। ইয়াৰ ভিতৰত আছে ইন্দোৰ (১৬৫ টা ধৰ্ষণৰ ঘটনা), বেংগালুৰু (১১৭ টা ধৰ্ষণৰ ঘটনা), হায়দৰাবাদ (১১৬ টা ধৰ্ষণৰ ঘটনা) আৰু নাগপুৰ (১১৫ টা ধৰ্ষণৰ ঘটনা)। ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰো (এনচিআৰবি)ৰ এক প্ৰতিবেদন অনুসৰি, 2021 চনত ভাৰতত ১৯ খন মহানগৰত ৩,২০৮ টা ধৰ্ষণৰ ঘটনা সংঘটিত হৈছিল।

কলকাতা আৰক্ষীয়ে কয় যে  "এই পৰিসংখ্যাবোৰ আমাৰ বাবে যথেষ্ট সান্ত্বনাদায়ক। কিন্তু আত্মসন্তুষ্টিৰ কোনো অৱকাশ নাই। আমি চহৰখনৰ সুৰক্ষা ব্যৱস্থা পৰিপক্ব  কৰিবলৈ চেষ্টা কৰি আছো। আন্তঃগাঁথনিআৰু শক্তিশালী কৰা হৈছে। নিৰীক্ষণ বৃদ্ধি কৰা হৈছে। প্ৰযুক্তিও শক্তিশালী হৈ উঠিছে। আমাৰ একাধিক শক্তি য়ে কলকাতাক বিপদমুক্ত ৰাখিবলৈ সদায় সাজু। ইয়াৰ লগতে, আমি সজাগতা সৃষ্টিৰ বাবে কেইবাটাও পদক্ষেপ আৰু অভিযান অব্যাহত ৰাখিছো। সাধাৰণ নাগৰিকৰ সৈতে আমাৰ সম্পৰ্ক প্ৰতিদিনে ওচৰ চাপি আহিছে। "






FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement