--°C
Loading...
Listen to Article
2 min read
80%


ডিজিটেল ডেস্ক: বাতৰিৰ হেডলাইটো পঢ়ি আপোনাৰো হয়তো আচৰিত লাগিব পাৰে। কিন্তু আচৰিত লাগিলেও এই কথা সঁচা। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশত। কেৱল মাত্ৰ ঠাণ্ডা ভাজি দিয়াৰ বাবেই এগৰাকী ব্যক্তিয়ে তেওঁৰ পত্নীৰ সৈতে কৰিলে বিবাহ বিচ্ছেদ। তিনি তালাক দি পত্নীৰ সৈতে সকলো সম্পৰ্ক ছেদ কৰিলে ব্যক্তিগৰাকীয়ে।

 

এই ঘটনা সংঘটিত হৈছিল এপ্ৰিলৰ ১২ তাৰিখে। যেতিয়া মহিলাগৰাকীয়ে তেওঁৰ স্বামীক দুপৰীয়াৰ আহাৰ খাবলৈ দিছিল তেতিয়া সেই আহাৰ ঠাণ্ডা পাইছিল। যাৰবাবে বৰ বেয়াকৈয়ে মহিলাগৰাকীক মাৰ-ধৰ কৰিছিল স্বামীয়ে। তাৰপাছতে স্বামীয়ে তালাক দিছিল  মহিলাগৰাকীক।

 

 

ইয়াৰ পাছতেই আৰক্ষীৰ কাষ চাপে ভুক্তভোগী মহিলাগৰাকী। তেওঁৰ অভিযোগ অনুসৰি ইয়াৰ পূৰ্বে ১৫ লাখ টকাৰ যৌতুক দিয়াৰ পাছতো সুখী হোৱা নাছিল তেওঁৰ স্বামীৰ পৰিয়াল। তেওঁক দীৰ্ঘদিন ধৰি স্বামী আৰু স্বামীৰ পৰিয়ালে চলাইছিল শাৰীৰিক আৰু মানসিক নিৰ্যাতন। এই ঘটনাই দেশজুৰি সৃষ্টি কৰিছে চাঞ্চল্যৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মহানগৰীত দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা; ৩যুৱতীৰ নিহত, ৩যুৱক আহত
ভাৰতক ‘নৰকৰ দুৱাৰ’ আখ্যা ট্রাম্পৰ
খুতুৰা শাকৰ আছে বহু উপকাৰী গুণ; সুস্বাস্থ্য গঢ়াত কৰে সহায়
ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ সিদ্ধান্ত; শৈক্ষিক দিনপঞ্জীৰ ‘থীম’ হ’ব জুবিন গাৰ্গ
বিশ্ব কাপত ইৰানৰ সলনি ইটালি!
তামুলপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত বিহু হুঁচৰি দল; থিতাতে নিহত নাচনী নিশামণি হালৈ; ৫জনৰ অৱস্থা সংকটজনক
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান