--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : দেশত পুনৰ বৃদ্ধি পাইছে ক'ভিডৰ সংক্ৰমণ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে শনিবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি ২৪ ঘণ্টাত দেশত ১,১৫০টা নতুন ক'ভিড ৰোগী ধৰা পৰিছে। আনহাতে, দেশখনত ৮৩জন লোক ক'ভিড আক্ৰান্ত হৈ মৃত্যু হৈছে। 

দেশত মুঠ ক'ভিড ৰোগীৰ সংখ্যা হৈছে ৪,৩০,৩৪,২১৭জন। ক'ডিত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ১,১৬৫জন। খবৰ অনুসৰি ক'ভিড সংক্ৰমণৰ ঘটনা ২৪ ঘণ্টাত ১২৭টা লৈ হ্ৰাস পাইছে যদিও বিগত ২৪ ঘণ্টাত পুনৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ ইপিনে দেশত মুঠ মৃত্যুৰ সংখ্যা হৈছে ৫,২১,৬৫৬জন।

স্বাস্থ্য মন্ত্ৰালয়ৰ মতে, বৰ্তমান দেশৰ মুঠ সংক্ৰমণৰ ০.০৩ শতাংশ হৈছে সক্ৰিয় সংক্ৰমণ। দেশত পুনৰুদ্ধাৰৰ হাৰ ৯৮.৭৬ শতাংশ। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালযে সদৰী কৰা তথ্য অনুসৰি দৈনিক সংক্ৰমণৰ হাৰ ০.২৫ শতাংশ হয়গৈ। সাপ্তাহিক সংক্ৰমণৰ হাৰো ০.২৩ শতাংশ। 

দেশখনত মুঠ ৪,২৫,০১,১৯৬জন লোক ক'ভডিৰ পৰা আৰোগ্য লাভ কৰিছে। বৰ্তমান দেশৰ মৃত্যুৰ হাৰ ১.২১ শতাংশলৈ হয়গৈ। ভাৰতত এতিয়ালৈকে মুঠ ১৮৫.৫৫ কোটিৰো অধিক লোকক ক'ভিডৰ প্ৰতিষেধক দিয়া হৈছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ দ্বাৰা বুষ্টাৰ পালি প্ৰদান কৰাৰ বাবেও অনুমতি প্ৰদান কৰা হৈছে। সকলো প্ৰাপ্তবয়স্ক নাগৰিকে ভেকচিনটো পাব বুলি জানিব পৰা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ