--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয়সকলৰ মাজত মেদবহুলতা এক ভয়াৱহ সমস্যা হৈ পৰিছে। শৰীৰৰ অতিৰিক্ত চৰ্বিয়ে চিন্তিত কৰি তুলিছে একাংশ জনসাধাৰণক। সেয়েহে দেশবাসীৰ এই গভীৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখিয়েই কেন্দ্ৰীয় চৰকাৰে অত্যধিক নিমখ, মিঠা আৰু চৰ্বিযুক্ত খাদ্যত অধিক কৰ আৰোপ কৰাৰ সম্ভাৱনা আছে। নিটি আয়োগে এই সন্দৰ্ভত সম্প্ৰতি চিন্তা-চৰ্চা অব্যাহত ৰাখিছে। মিঠা আয়োগৰ প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি ভাৰতত শিশু, কিশোৰ-কিশোৰী আৰু মহিলাৰ মাজত বৰ্ধিত চৰ্বি সমস্যা গুৰুতৰ হৈ পৰিছে। এই সমস্যাৰ পৰা দেশবাসীক মুক্ত কৰিবলৈ নিটি আয়োগে অত্যধিক মিঠা, নিমখীয়া আৰু চৰ্বিযুক্ত খাদ্যৰ প্ৰচলন ভাৰতত হ্ৰাস কৰিবলৈ এনেবোৰ খাদ্যত অধিক কৰ আৰোপৰ কথা চিন্তা-চৰ্চা কৰি আছে। এই বিষয়ত এতিয়াও কোনো নিৰ্দিষ্ট সিদ্ধান্তত উপনীত হোৱা নাই নিটি আয়োগ। ২০১৯-২০ বৰ্ষৰ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষাৰ তথ্য অনুসৰি ভাৰতৰ ২৪ শতাংশ মহিলা আৰু ১৯ শতাংশ পুৰুষ মেবহুলতাৰ দৰে গভীৰ সমস্যাৰ সন্মুখীন হৈ আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন