--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : ধৰাৰ বুকুত এতিয়া শৰতৰ হাঁহি। শৰতৰ আগমনে চৌদিশে কঢ়িয়াই আনে এক শুভ্ৰ দলিচা৷ নৈৰ পাৰত কহুৱা ফুলে হাঁহিছে । কেউফালে এতিয়া শেৱালিৰ সুবাস৷ দুবৰিৰ বুকুত নিয়ৰে পাৰি দিছে একোখন দলিছা। শৰতক স্বাগতম জনাই দূৰ্গাপূজাৰো প্ৰস্তুতি চলিছে পূৰ্ণাংগ ৰূপত ।

Image credit Prag News

ক'ভিড পৰিবেশৰ পৰা কিছু আতঁৰি আহি চৰকাৰে বান্ধি দিয়া নীতি-নিয়মৰ মাজেৰে এতিয়া সকলোৱে প্ৰস্তুতি চলাইছে শাৰদীয় দুৰ্গোৎসৱৰ৷ বিভিন্ন দোকান-পোহাৰত গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হৈছে৷ সমান্তৰালকৈ ক'ভিডে কোঙা কৰা মৃণ্ময় শিল্পীসকলো ব্যস্ত হৈ পৰিছে 'মা দূৰ্গা'ৰ মূৰ্তি সম্পূৰ্ণ কৰাত৷

image credit : prag news

ইপিনে বিভিন্ন স্থানত লোক শিল্পীসকলো দূৰ্গাপূজাৰ বাবে চলাই আছে প্ৰস্তুতি৷ নাগাৰা, ওজাপালি আদিকে বহু লোকশিল্পীৰ অৱস্থাও পানীত হাঁহ নচৰা হৈছিল ক'ভিডৰ পৰিৱেশত৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ