--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে ফ্লৰিনা গগৈয়ে। ছনী টিভিৰ কিডছ ডান্স ৰিয়েলিটি শ্ব’ 'Super Dancer Chapter 4'ৰ শনিবাৰে অনুষ্ঠিত হোৱা গ্ৰেণ্ড ফিনালেত চেম্পিয়নৰ খিতাপ লাভ কৰে যোৰহাটৰ ফ্লৰিনা গগৈয়ে। চেম্পিয়ন হৈ ফ্লৰিনাই এটা আকৰ্ষণীয় ট্ৰফীৰ লগতে নগদ ১৫লাখ টকাৰ পুৰস্কাৰ লাভ কৰে।

প্ৰতিযোগিতাখনৰ বিচাৰক দায়িত্বত আছিল শিল্পা ছেট্টী, গীতা কাপুৰ আৰু অনুৰাগ বসু। পৰিচালনা কৰিছিল ঋত্বিক ধনজানি আৰু পৰিতোষ ত্ৰিপাঠীয়ে। নৃত্যৰ লগতে মৰমলগা ব্যৱহাৰেৰে বিচাৰক তথা দৰ্শকৰ মন মুহিছিল কণমানিজনীয়ে৷ নৃত্যৰ ছন্দেৰে অৱশেষত জয়ৰ মুকুট পিন্ধি অসমক গৌৰাৱান্বিত কৰিলে ফ্লৰিনাই৷ ফ্লৰিনাৰ গুৰু তুষাৰ ছেট্টীকো ৫ লাখ টকাৰ নগদ পুৰস্কাৰ আগবঢ়োৱা হৈছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ