--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অহা ১২ নৱেম্বৰত সমগ্ৰ দেশতে উদ্‌যাপন কৰা হ'ব দীপাৱলী। একে সময়তে আজি ধনতেৰাছ উৎসৱো অতি ধুমধামেৰে উদ্‌যাপন কৰা হৈছে৷ এই ধনতেৰাছত অভিনেত্ৰী অনন্যা পাণ্ডেই ক্ৰয় কৰিছে অতি দামী এবিধ সম্পদ৷

দৰাচলতে অনন্যা পাণ্ডেই মুম্বাইত নিজাকৈ এটা অতি বিলাসী ঘৰ কিনিছে। অভিনেত্ৰীগৰাকীয়ে নিজেই এই তথ্য তেওঁৰ অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিছে। অনন্যা পাণ্ডেই নিজৰ ইনষ্টাগ্ৰামত  গৃহপ্ৰৱেশ অনুষ্ঠানৰ কিছু ছবি পোষ্ট কৰিছে। প্ৰথম ফটোখনত অভিনেত্ৰীগৰাকীয়ে পূজাৰ বাবে নিৰ্মিত মন্দিৰৰ কাষত হাতযোৰ কৰি বহি আছে। অনন্যায়ে পৰৱৰ্তী শ্লাইডত এটা ভিডিঅ' শ্বেয়াৰ কৰিছে।উল্লেখ্য যে অনন্যাই তেওঁৰ এই সম্পদৰ বাবে বহু অভিনন্দন লাভ কৰিছে। 

স্মৰ্তব্য যে অনন্যা পাণ্ডেক শেষবাৰৰ বাবে দেখা গৈছিল আয়ুস্মান খুৰানাৰ সৈতে ড্ৰিম গাৰ্ল ২ শীৰ্ষক ছবিখনত। অনন্যাই অভিনয়ত আত্মপ্ৰকাশ কৰে ষ্টুডেণ্ট অৱ দ্য ইয়েৰ ২ ৰ সৈতে।শেহতীয়াকৈ আদিত্য ৰয় কাপুৰৰ সৈতে থকা সম্পৰ্কক লৈ বাতৰিৰ শিৰোনাম দখল কৰিছে অভিনেত্ৰীগৰাকীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক