--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • এই নিৰ্মীয়মান অট্টালিকাটোৰ পৰা দেৱাল বাগৰি পৰাত মৃত্যু হৈছিল চালমা বেগম নামৰ এগৰাকী প্ৰতিবেশী মহিলাৰ।

ডিজিটেল ডেস্ক: ডিব্ৰুগড় লোহাৰপট্টীত অবৈধভাৱে নিৰ্মিত পঞ্চ মহলা বিল্ডিঙত পৌৰনিগমৰ হাতোৰা পৰিল। ভাঙি দিয়া হ'ল ডিব্ৰুগড় মহানগৰৰ লোহাৰপট্টীত অবৈধভাৱে নিৰ্মাণ কৰা অট্টালিকাটো।


এই নিৰ্মীয়মান অট্টালিকাটোৰ পৰা দেৱাল বাগৰি পৰাত মৃত্যু হৈছিল চালমা বেগম নামৰ এগৰাকী প্ৰতিবেশী মহিলাৰ।


নিজৰ টিউবেলৰ পাৰত বাচন মাজি থাকোতে মহিলাগৰাকীৰ গাত নিৰ্মীয়মান অট্টালিকাটোৰ পৰা খহি পৰিছিল ইটাসহ পকী দেৱাল।


প্ৰায় ১২-১৪ ফুট বহলতে অবৈধভাৱে ৫ মহলা উচ্চতাৰে নিৰ্মাণ কৰা হৈছিল অট্টালিকাটো। যাৰ বাবে পৌৰ নিগমৰ ওপৰত উঠিছিল অভিযোগৰ আঙুলি।


তাৰপাছতে অট্টালিকাতো ভাঙি দিয়াৰ নিৰ্দেশ দিয়া হৈছিল। এই নিৰ্দেশনাৰ পাছতো কোনো গুৰুত্ব নাছিল বিশাল অট্টালিকাটো নিৰ্মাণ কৰা স্বত্বাধিকাৰ য়ুনুজ খানৰ।


আজি জিলা প্ৰশাসন সহ পৌৰ নিগমৰ বিশাল বাহিনী আহি অবৈধভাৱে নিৰ্মিত পঞ্চ মহলাৰ অট্টালিকাটো এফালৰ পৰা ভাঙি দিয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
‘সংসদ চল’ সমদলত আৰক্ষীৰ কাৰ্যকলাপ সন্দৰ্ভত জৰুৰী শুনানি অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ