--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দৰিদ্ৰতা যেন এক ব্যাধি৷ দেশৰ তিনিখন ৰাজ্যত দৰিদ্ৰতাৰ হাৰ তীব্ৰ হাৰত বৃদ্ধি পোৱাৰ তথ্য প্ৰকাশ হোৱাৰ পাছতে সৃষ্টি হৈছে চাঞ্চল্যৰ৷ নীতি আয়োগৰ এক বিশেষ সমীক্ষাত বিহাৰ, ঝাৰখণ্ড আৰু উত্তৰপ্ৰদেশত দৰিদ্ৰতাৰ হাৰ সবাটোকৈ বৈছিল৷ ইয়াৰ পাছতে আছে মধ্য প্ৰদেশ আৰু উত্তৰ-পূৱৰ মেঘালয় ৰাজ্য৷

প্ৰতিবেদনত উল্লেখ থকা অনুসৰি বিহাৰৰ ৫১.৯২ শতাংশ মানুহেই দৰিদ্ৰ৷ ইয়াৰ উপৰি ঝাৰখণ্ডৰ ৪২.১৬, উত্তৰ প্ৰদেশৰ ৩৭.৭৯শতাংশ৷ মধ্য প্ৰদেশত ৩৬.৬৫ শতাংশ আৰু উত্তৰ পূৱৰ ৰাজ্য মেঘালয় ৩২.৬৭ শতাংশ দৰিদ্ৰতাৰ হাৰ৷

আনহাতে দৰিদ্ৰতাৰ তালিকাৰ প্ৰথম থকা বিহাৰত বেছিসংখ্যক লোকে অপুষ্টিত ভুগা বুলি তথ্যত প্ৰকাশ পাইছে৷ ৰাজ্যখনত স্বাস্থ্য, শিক্ষাৰ পৰা বঞ্চিত লোকৰ সংখ্যা বৃদ্ধি হোৱাৰ উপৰি বিদ্যুৎ আদি সেৱাৰ পৰা বঞ্চিত লোকৰ সংখ্যা বৃদ্ধি বিহাৰত৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক