--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বিপিনে কোনো ড্ৰাগছ আসক্তক বিক্ৰী কৰিবৰ বাবে অপেক্ষা কৰি থাকোতেই ডিগবৈ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।

ডিজিটেল ডেস্ক: ডিগবৈ আৰক্ষীৰ নিয়মীয়া ড্ৰাগছ বিৰোধী অভিযানত ড্ৰাগছসহ এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ডিগবৈ আৰক্ষী। 


ডিগবৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰাঞ্জল চেতিয়াৰ নেতৃত্বত গোপন তথ্যৰ ভিত্তিত চলোৱা অভিযানত ডিগবৈ পাঞ্জাৱ নেছনেল বেংকৰ সমীপৰ পৰা ডিগবৈ ৰামনগৰৰ বিপিন দহোটীয়া(৩০)ক কৌশলেৰে আটক কৰিবলৈ সক্ষম হয়। 


বিপিনৰ কবলৰ পৰা ৮.৪৬ গ্ৰাম সন্দেহযুক্ত ড্ৰাগছ সহ নগদ ৩৭৮৫/- টকা জব্দ কৰে আৰক্ষীয়ে। 


বিপিনে কোনো ড্ৰাগছ আসক্তক বিক্ৰী কৰিবৰ বাবে অপেক্ষা কৰি থাকোতেই ডিগবৈ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। 


ঘটনাস্থলীত ডিগবৈ আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ীটোৰ ওপৰত যাৱতীয় আইনী ব্যৱস্থা গ্ৰহণ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ