--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • খৰিৰ তলত লুকুৱাই আনিছিল মূল্যৱান কাঠসমূহ। জব্দকৃত কাঠৰ ওজন প্ৰায় ৩৬ টন হ'ব বুলি চালকে প্ৰকাশ কৰিছে।

ডিজিটেল ডেস্ক: গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ। শ্ৰীৰামপুৰ তালাচী চকীত NL 04 AA 1290 নম্বৰৰ এখন ট্ৰাকত অভিযান চলাই বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ কৰিবলৈ সক্ষম হয় শিমুলটাপু আৰক্ষীয়ে।


খৰিৰ তলত লুকুৱাই আনিছিল মূল্যৱান কাঠসমূহ। জব্দকৃত কাঠৰ ওজন প্ৰায় ৩৬ টন হ'ব বুলি চালকে প্ৰকাশ কৰিছে। 


নাগালেণ্ডৰ পৰা নাগপুৰলৈ কাঠখিনি লৈ যোৱাৰ কথা আছিল বুলি জানিব পৰা গৈছে। এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত বিহাৰৰ মিৰ্জাপুৰৰ বাসিন্দা নৌছাৎ খান আৰু কালখি খানক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।


কাঠ সৰবৰাহৰ সৈতে জড়িত চোৰাং ব্যৱসায়ীসকলৰ বিৰুদ্ধে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ