--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • আজমল আৰু কংগ্ৰেছ প্ৰসংগত দিলীপ শইকীয়াই কয়- এআইইউডিএফ আৰু কংগ্ৰেছ একেটা মুদ্ৰাৰ ইপিঠি সিপিঠি। দুয়োটা দলৰেই ভোটবেংক একেই, চিন্তা একেই।

ডিজিটেল ডেস্ক: ডবকাত বিজেপিৰ ৰাজ‍্যিক সভাপতি দিলীপ শইকীয়াই মিঞা মুছলমান প্ৰসংগত মন্তব‍্য প্ৰকাশ কৰে। তেওঁ কয় যে মিঞাই আমাক নিৰ্যাতন কৰিলে মিঞায়ো নিৰ্যাতন সহিব লাগিব।


কালি বদৰুদ্দিন আজমলে মুখ‍্যমন্ত্ৰীক হিটলাৰৰ লগত তুলনা কৰা প্ৰসংগত দিলীপ শইকায়াৰ কৌশলী প্ৰতিক্ৰিয়া- আজমল ডাঙৰীয়াৰ এতিয়া বয়স হৈছে। তেওঁ অসমলৈ আহি থাকে । অসমৰ সাংসদ আছিল। বাকী ৰাইজে সিদ্ধান্ত ল'ব।


আজমল আৰু কংগ্ৰেছ প্ৰসংগত দিলীপ শইকীয়াই কয়- এআইইউডিএফ আৰু কংগ্ৰেছ একেটা মুদ্ৰাৰ ইপিঠি সিপিঠি। দুয়োটা দলৰেই ভোটবেংক একেই, চিন্তা একেই। বিভিন্ন সময়ত একেই ভাৰতবিৰোধী নীতি আৰু স্থিতি দুয়োটা দলৰেই।


সাংবাদিক ৰাণা ডেকাক হিতেশ দেৱশৰ্মাৰ ভাবুকি সন্দৰ্ভত দিলীপ শইকীয়াই কয় যে - সাংবাদিক ৰাণা ডেকাই গোচৰ তৰিছে । আইনে নিজৰ গতি ল'ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ