--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : দেশৰ ৰাজধানী দিল্লীত ক্ৰমাৎ বৃদ্ধি পাইছে শীতৰ প্ৰকোপ৷ ৰাজধানীত নিশাৰ তাপমাত্ৰা ৭ ডিগ্ৰী চেলচিয়াছলৈ হ্ৰাস পায়৷ যাৰ ফলত মঙলবাৰে বহুগৃহহীন লোক নৈশ আশ্ৰয়স্থললৈ ঢাপলি মেলে। এই সন্দৰ্ভত ৰামলীলা ময়দানৰ নিশাৰ আশ্ৰয়স্থলৰ তত্ত্বাৱধায়কে কয় যে 'বিহাৰ, উত্তৰ প্ৰদেশ আৰু ৰাজস্থানৰ দৰে বিভিন্ন ৰাজ্যৰ পৰা মানুহ আহিছে। ইয়াত ১৮খন বিচনা স্থাপন কৰা হৈছে। ইয়াত সময়ে সময়ে ক'ভিড পৰীক্ষা কৰা হয়৷' ভাৰতীয় বতৰ বিজ্ঞানৰ সুত্ৰ অনুসৰি, বুধবাৰে পুৱা প্ৰায় ২ বজাত নতুন দিল্লীত ১১.৮ ডিগ্ৰী চেলচিয়াছ হয় । আই.এম.ডি.-য়ে ভৱিষ্যত বাণী কৰিছিল যে বৃহস্পতিবাৰৰ বাহিৰে ৰাজধানীখনত গোটেই সপ্তাহটোত নিম্নতম তাপমাত্ৰা একক সংখ্যাত থকাৰ সম্ভাৱনা আছে। শীতৰ বাবে গৃহহীন লোকসকল ভুগিছে জীৱনৰ শংকাত৷ সেয়ে নৈশ আশ্ৰয়স্থলীলৈ ঢাপলি মেলিছে তেওঁলোক৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন