--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
৩ জুন ২০২৩, শনিবাৰ

মেষ ৰাশি– আজি আপোনাৰ বাবে দিনটো শুভ। সমাজত আপোনাৰ সন্মান বৃদ্ধি পাব। এই ৰাশিচিহ্নৰ অবিবাহিত লোকসকলে বিবাহৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। আপোনাৰ আগ্ৰহ সামাজিক কামৰ প্ৰতি হ’ব। ব্যৱসায়ত সফলতা লাভ কৰিবলৈ সক্ষম হ’ব। দীর্ঘদিন ধৰি চলি থকা আইনী প্রক্রিয়া আজি সমাধান হ’ব। পত্নীৰ সৈতে মতভেদ হ’ব পাৰে।

বৃষ ৰাশি- আজি আপোনাৰ দিনটো ব্যস্ততাৰে ভৰি থাকিব। আপুনি কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লবলৈ জেষ্ঠ্যজনৰ পৰামৰ্শ ল’ব পাৰে। ব্যৱসায়ী সকলে ব্যৱসায়ত মনোযোগ দিয়া উচিত। দীৰ্ঘদিন ধৰি পাবলগীয়া ধন ঘূৰাই পাব। এই ৰাশিচিহ্নৰ অবিবাহিত লোকসকলে আজি বিবাহৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। আজি আপুনি ধৰ্মীয় অনুষ্ঠানত অংশগ্রহণ কৰিব পাৰে। দাম্পত্য জীৱনত সুখ বৃদ্ধি পাব।

মিথুন ৰাশি- আজি আপোনাৰ দিনটো আশ্চৰ্যকৰ হ’ব। আজি আপুনি কিছুমান বিশেষ ভাল খবৰ লাভ কৰিব পাৰে। কাৰ্যালয়ত একেলগে কাম কৰা লোকসকলৰ পৰা আপুনি সম্পূৰ্ণ সহযোগিতা লাভ কৰিব। কিছুমান নতুন ধাৰণা আপোনাৰ মনলৈ আহিব। চাকৰিয়াল সকলে পদোন্নতিৰ সুযোগ লাভ কৰিব পাৰে। পত্নীৰ স্বাস্থ্যই আপোনাক চিন্তিত কৰিব পাৰে। শিক্ষার্থীসকলৰ বাবে দিনটো শুভ।

কৰ্কট ৰাশি– আজি আপোনাৰ দিনটো শুভ হ’ব। আজি আপুনি ভ্ৰমণৰ সুযোগ লাভ কৰিব, কিন্তু এই ভ্ৰমণ আপোনাৰ বাবে কষ্টকৰ প্ৰমাণিত হ’ব।ঘৰত ধৰ্মীয় অনুষ্ঠান থাকিব পাৰে। আপোনাৰ স্বাস্থ্য উন্নত হ’ব। এই ৰাশিচিহ্নৰ শিক্ষাৰ্থীসকলে কেৰিয়াৰত ইতিবাচক ফলাফল লাভ কৰিবলৈ সক্ষম হ’ব। ৰাজনীতিৰ লগত জড়িত সকলৰ বাবে দিনটো শুভ হ’ব। মাতৃৰ সমৰ্থন লাভ কৰিবলৈ সক্ষম হ’ব।

সিংহ ৰাশি- আজি আপোনাৰ বাবে দিনটো কষ্টকৰ প্ৰমাণিত হ’ব। চাকৰিয়াল সকলে পদোন্নতিৰ সুযোগ লাভ কৰিব পাৰে। মাতৃৰ স্বাস্থ্যই আপোনাক চিন্তিত কৰিব পাৰে। এজন পুৰণি বন্ধুৰ সৈতে লগ হ’ব পাৰে। পৰিয়ালৰ সমস্যাবোৰ আজি সমাধান হ’ব। ঘৰলৈ অতিথিৰ আগমন ঘটিব পাৰে। পিতৃ-মাতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ’ব। দাম্পত্য জীৱন সুখৰ হ’ব।

কন্যা ৰাশি- আজিৰ দিনটো আপোনাৰ বাবে লাভজনক প্ৰমাণিত হ’ব। পৰিয়ালৰ প্ৰতি সৎভাৱ বৃদ্ধি পাব। আপুনি আপোনাৰ সহপাঠীসকলৰ সৈতে কৰবাত ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। আজি আপুনি বাহন ক্ৰয় কৰিব পাৰে। এই ৰাশিচিহ্নৰ অবিবাহিত লোকসকলে আজি বিবাহৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। ঘৰলৈ অতিথিৰ আগমন ঘটিব পাৰে।

তুলা ৰাশি- আজি আপোনাৰ বাবে দিনটো শুভ। শিক্ষাৰ লগত জড়িত থকা সকলৰ বাবে দিনটো শুভ প্ৰমাণিত হ’ব। কামত আপোনাৰ আগ্ৰহ বৃদ্ধি হ’ব। আপুনি আপোনাৰ পত্নীৰ সমৰ্থন লাভ কৰিব। দীৰ্ঘদিন ধৰি পাবলগীয়া ধন ঘূৰাই পাব পাৰে। ব্যৱসায়ত নজৰ দিয়ক। আজি আপুনি অত্যাধিক খং পৰিহাৰ কৰক। বন্ধুবৰ্গৰ পৰা সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ’ব। দাম্পত্য জীৱন সুখ বৃদ্ধি পাব।

বৃশ্চিক ৰাশি- আজি আপোনাৰ বাবে দিনটো আশ্চর্যকৰ দিন হ’ব। বাটত আপুনি এজন ঘনিষ্ঠ বন্ধুক লগ পাব, যাক লগ পাই আপুনি সুখী হ’ব। নতুন ব্যৱসায় আৰম্ভ কৰা বাবে আজিৰ দিনটো শুভ প্ৰমাণিত হ’ব। পত্নীৰ পৰামৰ্শই আজি আপোনাক লাভম্বিত কৰিব। আজি শিক্ষাৰ্থীসকলে অধ্যয়নত মনোযোগ দিলে সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হ’ব। পত্নীৰ সৈতে মতভেদ হ’ব পাৰে। 

ধনু ৰাশি-  আজি আপোনাৰ বাবে দিনটো ব্যস্ততাৰে ভৰি থাকিব। আজি আপুনি পৰিয়ালৰ সদস্যসকলৰ সৈতে কৰবালৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। ব্যৱসায়ত চকু নিদিলে লোকচানৰ সন্মুখীন হ’ব পাৰে। দাম্পত্য জীৱনত সুখ বৃদ্ধি পাব। অত্যাধিক ব্যয়ে আজি আপোনাক চিন্তিত কৰিব পাৰে। দীৰ্ঘদিন ধৰি চলি থকা আইনী প্ৰক্ৰিয়া আজি সমাধান হ’ব।

মকৰ ৰাশি- আজি আপোনাৰ বাবে দিনটো স্বাভাৱিক হ’ব। আপুনি আপোনাৰ পত্নীৰ সৈতে কৰবালৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। আজি আপুনি এজন পুৰণি বন্ধুক লগ কৰিব পাৰে। নিজৰ স্বাস্থ্যৰ যতন লওক। এই ৰাশিচিহ্নৰ অবিবাহিত লোকসকলে আজি বিবাহ প্ৰস্তাৱ লাভ কৰিব পাৰে। পিতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ’ব। ব্যৱসায়ত উন্নত।

কুম্ভ ৰাশি- আজি আপোনাৰ দিনটো শুভ হ’ব। আজি আপুনি সকলো কামতে সফলতা লাভ কৰিবলৈ সক্ষম হ’ব। সমাজত আপোনাৰ সন্মান বৃদ্ধি পাব। আপুনি কিছুমান নতুন অভিজ্ঞতাৰ বাবে সাজু থাকিব লাগিব। আজি আপোনাৰ পিতৃ-মাতৃৰ পৰামৰ্শ আপোনাৰ বাবে লাভজনক প্ৰমাণিত হ’ব। দাম্পত্য জীৱন সুখৰ হ’ব। চাকৰিয়াল সকলে পদোন্নতিৰ সুযোগ লাভ কৰিব।

মীন ৰাশি- আজি আপোনাৰ বাবে দিনটো শুভ। আজি সমাজত আপোনাৰ সন্মান বৃদ্ধি পাব। শিক্ষার্থীসকলে যত্ন কৰিলে সুফল লাভ কৰিব। আপুনি এটা ধৰ্মীয় অনুষ্ঠানলৈ যোৱাৰ সুযোগ লাভ কৰিব। পত্নীৰ সৈতে সম্পৰ্ক মধুৰ হ’ব। ব্যৱসায় সংক্ৰান্তত ভ্ৰমণ কৰিবলগীয়া হ’ব পাৰে। মাতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম। দীর্ঘদিন ধৰি চলি থকা আইনী প্ৰক্ৰিয়া আজি সমাধান হ’ব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
মগজুৱে নিজাববীয়াকৈ বেয়া স্মৃতিবোৰ মচি পেলায় নেকি? গৱেষণাত প্ৰকাশ চাঞ্চল্যকৰ তথ্য
দুদিনীয়া ভ্ৰমণ সূচীৰে আজি অসমলৈ আহিব মোহন ভাগৱত
অম্বুবাচী মহাযোগ পৰিচালনা সমিতিৰ নতুন নিৰ্দেশনা
বহি:ৰাজ্যত উদ্ধাৰ আমগুৰি যুৱকৰ মৃতদেহ
অম্বুবাচী মহাযোগ উপলক্ষে গুৱাহাটী আৰক্ষীৰ বিশেষ নিৰ্দেশনা
তেহৰান খালী কৰাৰ নিৰ্দেশ ট্ৰাম্পৰ ; জি-৭ সন্মিলন আধাতে এৰি ৱাশ্বিংটনলৈ মাৰ্কিন ৰাষ্ট্ৰপতি
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?
প্রধানমন্ত্রীক সাক্ষাতৰ সময়ত বাধ্যতামূলক আৰ টি-পি চি আৰ টেষ্ট