--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ খাচি ভাষাত দখাৰ মানে বহিৰাগত ৷ সময়ে সময়ে মেঘালয়ৰ স্থানীয়লোকে এইদৰে বিনা কাৰণতে বহিৰাগতৰ ওপৰত নিজৰ ক্ষোভ উজাৰি আহিছে । বিশেষকৈ বাংলাদেশীমূলৰ বাঙালী আৰু খাচি দ্বন্দৰ কথা সৰ্বজনবিদিত ৷

ঘটনাটোৰ আৰম্ভ হৈছিল প্ৰথমে বিনাকাৰণত ইম্পালচ্ এন জি অ’ত বিগত এমাহে ইণ্টাৰ্ণশ্বিপ কৰি অহা কেৰেলাৰ দুজন যুৱকক প্ৰায় ৩০ জন স্থানীয় বাইক আৰোহীয়ে আক্ৰমণ কৰে ।স্থানীয় আন কিছু হৃদয়বান মানুহৰ তৎপৰতাৰ বাবে তেওঁলোক কথমপি ৰক্ষা পৰে ।

 এই ঘটনাক গৃহমন্ত্ৰী লাকমেন ৰিম্বুয়ে গৰিহণা দিয়ে ৷ ৰাজ্যখনৰ ডিজিপি এল আৰ বিষ্ণইয়ে এইক্ষেত্ৰত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি কয় যে পুলিচ বিভাগে বৰ্তমান ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে, আৰু অপৰাধীৰ চিনাক্তকৰণৰ পিছতেই উচিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি