--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
সীমান্ত সুৰক্ষা বাহিনীয়ে ২৮ আগষ্ট তাৰিখে  অবৈধভাৱে সীমা পাৰ হোৱাৰ অপৰাধত গ্ৰেপ্তাৰ কৰিছে  পাঁচজন বাংলাদেশী নাগৰিকক৷ দক্ষিণ শালমাৰাৰ মানকাছাৰৰ পৰা এই বাংলাদেশী নাগৰিক কেইজনক গ্ৰেপ্তাৰ কৰা হৈছে৷ 

 কোনো অনুমতি নোহোৱাকৈয়ে আন্তজাৰ্তিক সীমান্ত পাৰ হৈ থকা অৱস্থাত সীমান্ত সুৰক্ষা বাহিনীয়ে এই নাগৰিক কেইজনক আটক কৰে৷ আটক কৰাৰ পিছতেই বাংলাদেশৰ সীমান্ত বাহিনীৰ হাতত গতাই দিয়া হয়৷ এনেদৰে সন্দেহজনক আচৰণৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা পাঁচজন নাগৰিকক বাংলাদেশৰ হাতত গতাই দি ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনীয়ে মানৱীয়তাৰ পৰিচয় দিছে৷ 

ইয়াৰ পূৰ্বতেও ১৮ আগষ্টত জিলাখনত একেই ঘটনা সংঘটিত হৈছিল৷ ১৮ আগষ্টত আটক কৰা বাংলাদেশী জাতীয়তাবাদী দুজনক অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ বাবে পাঁচ বছৰ কাৰাদণ্ড বিহা হৈছে৷ লগতে ১০,০০০ টকাৰ জৰিমনাও বিহা হৈছে৷ 
উল্লেখ্য যে, ১৮ আগষ্টত আটক কৰা বাংলাদেশী নাগৰিক দুজন হৈছে আব্দুল হে আৰু নিৰঞ্জন ঘোষ৷ 



FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী