--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ‘দলবাগৰা’ নীতি ভৰতীয় ৰাজনীতিৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট৷ এই দেশত এটা দিনতে তিনিবাৰকৈ দল পৰিৱৰ্তন কৰাৰো নজিৰ আছে৷ যাৰ বাবে সেই সময়ছোৱাত ‘আয়া ৰাম গয়া ৰাম’ শীৰ্ষক শ্লগান জনপ্ৰিয় হৈ পৰিছিল৷ ক্ৰমবৰ্ধমান দলত্যাগৰ প্ৰৱনতা ৰোধ কৰি, ৰাজনৈতিক স্থিৰতা বৰ্তাই ৰখাৰ ববে ১৯৮৫ চনত ৫২ তম সংবিধান সংশোধনী আইনৰ জড়িয়তে দলত্যাগ বিৰোধী আইন (anti-defection law) প্ৰৱৰ্তন কৰা হৈছ্ল৷ সম্প্ৰতি এই আইন খনে চৰ্চা লাভ কৰিছে হিমাচল প্ৰদেশৰ বিধানসভাত গৃহীত হোৱা এখন বিধেয়কৰ বাবে৷      

দলত্যাগৰ প্ৰৱনতা হ্ৰাস কৰাৰ উদ্দেশ্যে হিমাচল প্ৰদেশ চৰকাৰে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ পদক্ষেপ৷ আজি হিমাচল প্ৰদেশৰ বিধানসভাত গৃহীত হৈছে দলত্যাগ কৰা বিধায়কৰ পেঞ্চনৰ সেৱা বন্ধ কৰা নতুন বিধেয়ক। হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখৱিন্দৰ সিং চুখুৱে বিধানসভাৰ অধিৱেশনত, হিমাচল প্ৰদেশ বিধানসভা(সদস্যৰ ভাট্টা আৰু পেঞ্চন) সংশোধনী বিধেয়ক ২০২৪(Himachal Pradesh Legislative Assembly(Allowances and Pension of Members)Amendment Bill 2024) উত্থাপন কৰে৷ এই আইন বিধান সভাত গৃহীত হৈছে বুলি জানিব পৰা গৈছে৷

ৰাজ্যখনত গৃহীত হোৱা এই নতুন বিধেয়ক অনুসৰি হিমাচল প্ৰদেশৰ কোনো বিধায়কে নিজৰ দল ত্যাগ কৰি অন্য দলত যোগদান কৰিলে সেই বিধায়ক পেঞ্চনৰ পৰা বঞ্চিত হ’ব। দলত্যাগ বিৰোধী আইনৰ অধীনত অযোগ্য ঘোষণা হোৱা বিধায়কৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব এই অইন৷  
উল্লেখযোগ্য যে শেহতীয়াকৈ ছজন কৈ কংগ্ৰেছ বিধায়ক দলত্যাগ বিৰোধী আইনৰ অধীনত অযোগ্য ঘোষিত হৈছে৷ হিমাচল প্ৰদেশ চৰকাৰৰ এই পদক্ষেপ ভাৰতৰ ৰাজনৈতিক ক্ষেত্ৰত দলত্যাগৰ প্ৰৱনতা হ্ৰাস কৰাৰ ক্ষেত্ৰ মাইলৰ খুটি হিচাপে পৰিগণিত হ’ব বুলি ক’ব পাৰি৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ