--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • তীব্ৰবেগী ১৬ চকীয়া ট্ৰাকৰ খুন্দাত নিহত হয় দুজন। মৃত যুৱকদ্বয়ক ৰতন দাস আৰু লক্ষীন্দৰ দাস বুলি চিনাক্ত কৰা হয়।

ডিজিটেল ডেস্ক: ডবকাৰ মোৰাঝাৰত পৃথক পৃথক পথ দুৰ্ঘটনাত ৪ জন যুৱকৰ মৃত‍্যু। প্ৰথমটো দুৰ্ঘটনা নিশা মোৰাঝাৰৰ জয়নগৰত সংঘটিত হয়।


তীব্ৰবেগী ১৬ চকীয়া ট্ৰাকৰ খুন্দাত নিহত হয় দুজন। মৃত যুৱকদ্বয়ক ৰতন দাস আৰু লক্ষীন্দৰ দাস বুলি চিনাক্ত কৰা হয়।


AS31 C 0932 নম্বৰৰ ট্ৰাকখনৰ খুন্দাত নিহত হয় AS 31 G 3144 Apachi বাইকৰ আৰোহীদ্বয়।


দ্বিতীয়টো দুৰ্ঘটনা পুৱা ৯ বজাত সংঘটিত হয়। নিহত হয় চৈয়দ ৰেহান উদ্দিন আৰু আব্দুল আহাদ।


ৰেহান উদ্দিনৰ ঘৰ মোৰাঝাৰৰ চামৰালিত আৰু আব্দুল আহাদৰ ঘৰ দীঘলজাৰত। 


দুখন বাইকৰ মুখামুখী সংঘৰ্ষৰ ফলত মোৰাঝাৰৰ পীৰবজাৰত সংঘটিত হয় দ্বিতীয়টো দূৰ্ঘটনা। 


সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ