--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • লখিমপুৰ জিলাৰ নাৰায়ণপুৰ জৰাবাৰীস্থিত অনুষ্ঠানস্থলীত আজি বৃহৎ পৰিসৰত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত হিতাধিকাৰীসকলক চেক বিতৰণ কৰা হৈছিল।

ডিজিটেল ডেস্ক: নাৰায়ণপুৰ জৰাবাৰীত আজি অনুষ্ঠিত হোৱা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ অনুষ্ঠানত ঘটিল এক অভূতপূৰ্ব ঘটনা। অনুষ্ঠান চলি থকাৰ মাজতেই এগৰাকী মহিলাই প্ৰসৱ কৰে এটি নৱজাতক সন্তান।


লখিমপুৰ জিলাৰ নাৰায়ণপুৰ জৰাবাৰীস্থিত অনুষ্ঠানস্থলীত আজি বৃহৎ পৰিসৰত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত হিতাধিকাৰীসকলক চেক বিতৰণ কৰা হৈছিল।


এই অনুষ্ঠান চলি থকা অৱস্থাতে এগৰাকী গৰ্ভৱতী মহিলাৰ আকস্মিকভাৱে প্ৰসৱ বেদনা আৰম্ভ হয়। লগে লগে স্বাস্থ্য বিভাগৰ কৰ্মী আৰু উপস্থিত লোকৰ সহায়ত অনুষ্ঠানস্থলীতেই সুৰক্ষিতভাৱে প্ৰসৱ সম্পন্ন হয়। মাতৃ আৰু নৱজাতক দুয়ো সুস্থ বুলি জানিব পৰা গৈছে।


এই ঘটনাই অনুষ্ঠানস্থলীত এক আৱেগিক পৰিবেশৰ সৃষ্টি কৰে। উপস্থিত সকলোৱে মাতৃ আৰু কেঁচুৱাৰ সুস্বাস্থ্য কামনা কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক