--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ভি আৰ জুৱেলাৰ্চ নামৰ এখন সোণ ৰূপৰ আ-অলংকাৰৰ দোকান আৰু শিভম এণ্টাৰপৰাইজ নামৰ এখন হাৰ্ডৱেৰ দোকানত চোৰে কৰিলে চুৰিকাণ্ড।

ডিজিটেল ডেস্ক: পুনৰ স্মাৰ্ট মহানগৰ আৰক্ষীক চোৰৰ চেলেঞ্জ। গুৱাহাটীৰ মহানগৰীৰ পাথৰকোৱাৰীত চোৰৰ অভিযান। নিশা একেদিনাই দুখনকৈ দোকানত সফল অভিযান চলালে চোৰে।


ভি আৰ জুৱেলাৰ্চ নামৰ এখন সোণ ৰূপৰ আ-অলংকাৰৰ দোকান আৰু শিভম এণ্টাৰপৰাইজ নামৰ এখন হাৰ্ডৱেৰ দোকানত চোৰে কৰিলে চুৰিকাণ্ড।


চোৰে আজব কায়দাৰে দুয়োখন দোকানৰ টিন আৰু চিলিং কাটি দোকানত প্ৰৱেশ কৰি চুৰিকাণ্ড সংঘটিত কৰে৷


চোৰে জুৱেলাৰী দোকানখনৰ পৰা ডেৰলাখ টকাৰ সোণ-ৰূপৰ আ-অলংকাৰ আৰু নগদ ধন লুটি লৈ যায়। ইপিনে হাৰ্ডৱেৰ দোকানখনৰ পৰা বহু লাখ টকাৰ মূল্যৱান সামগ্ৰী আৰু নগদ ধন লুটি লৈ যায়।


শিৱম এণ্টাৰপ্ৰাইজ নামৰ হাৰ্ডৱেৰ দোকানখনৰ চি চি টিভি আবদ্ধ হয় চোৰৰ চুৰিকাণ্ডৰ দৃশ্য। অৱশ্যে জুৱেলাৰী দোকানখনৰ চি চি টিভি আৰু হাৰ্ড ডিস্ক চোৰে লুটি নিয়ে।


ঘটনা সন্দৰ্ভত দোকানৰ স্বত্বাধিকাৰীয়ে নুনমাটি আৰক্ষী থানাত চুৰি সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ