--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আৰক্ষীয়ে ডিব্ৰুগড় জিলাৰ মৰাণ গছপুৰীয়াৰ প্ৰদীপ কোঁৱৰ (৪৭), মৰাণৰ গোবিন্দ দত্ত (৪৫) আৰু পূৰ্ণলতা বৰুৱাক আটক কৰে৷

ডিজিটেল ডেস্ক: তিনিচুকীয়া জিলাৰ মাকুম সমজিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অৰূপজ্যোতি টেৰন আৰু ডুমডুমা সমজিলাৰ আৰক্ষী অধীক্ষক দিগন্ত দত্তৰ নেতৃত্বত ডুমডুমা আৰক্ষী থানাৰ সহযোগত চামডাং বাইপাছত অভিযান চলাই ছুইফ্ট বাহনৰ পৰা ৩৫০.২৭ গ্ৰাম হেৰ’ইনসহ ৩জন লোকক আটক কৰে৷ 


অভিযানকালত তালাপৰ পৰা AS 04 M 3660 নম্বৰৰ এখন ছুইফ্ট বাহনেৰে আহি আছিল৷ আৰক্ষীয়ে বাহনখনত অভিযান চলাই ৩৫০.২৭ গ্ৰাম হেৰ’ইন সহ এগৰাকী মহিলা আৰু দুজন লোকক আটক কৰে ৷ আৰক্ষীয়ে ডিব্ৰুগড় জিলাৰ মৰাণ গছপুৰীয়াৰ প্ৰদীপ কোঁৱৰ (৪৭), মৰাণৰ গোবিন্দ দত্ত (৪৫) আৰু পূৰ্ণলতা বৰুৱাক আটক কৰে৷ 


আৰক্ষীয়ে বাহনখনত তালাচী চলাই আঠটা চাবোনৰ বাকচত কৌশলেৰে লুকুৱাই অনা ৩৫০.২৭ গ্ৰাম নিষিদ্ধ হেৰ’ইন উদ্ধাৰ কৰে। আৰক্ষীৰ প্ৰাথমিক হিচাপ অনুসৰি উদ্ধাৰ হোৱা হেৰ’ইনৰ আনুমানিক বজাৰ মূল্য প্ৰায় ৭০ লাখ টকা। ছুইফ্ট বাহনখনৰ সৈতে ধৃত তিনিটাক ডুমডুমা থানালৈ নি আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷



FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ