--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 'দেহাজান' খ্যাত জনপ্ৰিয় কণ্ঠশিল্পী কুমাৰ ভৱেশে ক'ৰ'না ভেকচিনৰ সজাগতাৰ বাবে কিছুদিন পূৰ্বে গোৱা 'এ মাই ভাত হৈছি না' গীতটোৱে ৰাজ্যজুৰি খলকনিৰ সৃষ্টি কৰিছিল। 'এ মাই ভাত হৈছি না'ৰ পিছত শিল্পী কুমাৰ ভৱেশে ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিক লৈ গাইছে এটি নতুন গীত। 'অ পিতি মাৰো না ডুব'।  

গুৱাহাটী মহানগৰীৰ বানকে ধৰি সমগ্ৰ অসমৰ বান পৰিস্থিতিকলৈ কুমাৰ ভৱেশে গোৱা গীতটি ৰচনা কৰিছে ৰাতুল দাস শৰণীয়াৰ।

 গীতটিৰ সুৰ কৰিছে কুমাৰ ভৱেশৰ কেইবাটাও গীত ৰচনা কৰা গ্ৰন্থ প্ৰকাশক ৰাকেশ গোস্বামীয়ে। গীতটিৰ সংগীত কুমাৰ ভৱেশৰ নিজৰ।ভিডিঅ' নিৰ্দেশনা মৰম মাইনাৰ, মিক্স মাষ্টাৰ ছলমন মুছাহাৰী, থাম্ব নেইল জয়ন্ত ডেকাৰ।



 প্ৰদীপ দত্ত গোৱ্বামীৰ লগতে আন বহু শিল্পী জৰিত থকা গীতটি বাণীবদ্ধ কৰা হৈছে কুমাৰ ভৱেশৰ মিৰ্জাস্থিত নিজৰ ষ্টুডিঅ' দেহাজান ষ্টুডিঅ'ত ।

 শিল্পীগৰাকীৰ নিজৰ প্ৰডাকছন ছানভি প্ৰডাকছনৰ বেনাৰত প্ৰস্তুত কৰা গীতটি আৰু ভিডিঅ'ই শ্ৰোতা-দৰ্শকৰ সঁহাৰি লাভ কৰিব বুলি শিল্পী কুমাৰ ভৱেশে আশা প্ৰকাশ কৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ