--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ২৪ ছেপ্টেম্বৰৰ মাজনিশাৰ পৰাই এই নতুন নিৰিখ বলৱৎ হৈছে। আমদানি শুল্ক হ্রাস পোৱা বাবে উৎসৱৰ বতৰত খোৱা তেলৰ দামো হ্রাস পোৱাৰ সম্ভাৱনা আছে।

ডিজিটেল ডেস্ক: পূজাৰ বতৰত খোৱা তেলৰ দাম নিয়ন্ত্ৰণ কৰিবৰ বাবে কেন্দ্রীয় চৰকাৰে পাম তেল, ছয়াবীন তেল আৰু বেলিফুল তেলকে ধৰি খোৱা তেল আৰু ৰিফাইন তেলৰ আমদানি শুল্ক হ্রাস কৰে। ছয়াবীন তেল আৰু পাম তেলৰ বেছিক কাষ্টম ডিউটি ১০ শতাংশৰ পৰা ৫ শতাংশলৈ হ্রাস কৰা হৈছে। সেইদৰে বেলিফুলৰ তেলৰ আমদানি শুল্ক ১০ শতাংশৰ পৰা শূন্য শতাংশলৈ হ্রাস কৰা হৈছে। 


ৰিফাইন খোৱা তেলৰ ভিতৰত, ৰিফাইন ছয়াবীন তেল আৰু ৰিফাইন পাম তেলৰ আমদানি শুল্ক ৩২.৫ শতাংশৰ পৰা ২৭.৫ শতাংশলৈ হ্রাস কৰা হৈছে। ৰিফাইন বেলিফুলৰ তেলৰ শুল্ক ৩২.৫ শতাংশৰ পৰা ২২.৫ শতাংশলৈ হ্রাস কৰা হৈছে। 


২৪ ছেপ্টেম্বৰৰ মাজনিশাৰ পৰাই এই নতুন নিৰিখ বলৱৎ হৈছে। আমদানি শুল্ক হ্রাস পোৱা বাবে উৎসৱৰ বতৰত খোৱা তেলৰ দামো হ্রাস পোৱাৰ সম্ভাৱনা আছে। দৈনিক ভাস্কৰৰ এক প্রতিবেদন মতে, আমদানি শুল্ক হ্রাস পোৱাৰ বাবে ছয়াবীন তেলৰ দাম (প্রতি লিটাৰত) বৰ্তমানৰ ১৩৫-১৮০ টকাৰ পৰা ১২৯-১৭৪ টকালৈ, বেলিফুলৰ তেল ১৮০-২৪০ টকাৰ পৰা ১৭৪-২৩৪ টকালৈ, পাম তেল ১২৫-১৬৫ টকাৰ পৰা ১১৯-১৫৯ টকালৈ হ্রাস পোৱাৰ সম্ভাৱনা আছে।

উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ