--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : যদি ডায়েবেটিছ শৰীৰত নিয়ন্ত্ৰণত নাথাকে, ই বহুতো সমস্যাৰ সৃষ্টি কৰিব পাৰে। সেয়েহে স্বাস্থ্যকৰ খাদ্যৰ লগতে ব্যায়ামৰ সহায়ত ডায়েবেটিছক সহজেই নিয়ন্ত্ৰণ কৰিব পাৰি। ইয়াক নিয়ন্ত্ৰণৰ বাবে বজাৰত বহুতো দৰব পোৱা যায় যদিও কিছুমান স্বাস্থ্যকৰ খাদ্যই ছুগাৰৰ স্তৰ নিয়ন্ত্ৰণ কৰাত কৰে। এই বিষয়ে বিতংভাৱে জানো আহক।

 

১. বীটৰুটক ইনচুলিন উৎপাদনৰ এক ভাল উৎস বুলি গণ্য কৰা হয়। কাৰণ বীটত পোৱা নিও বেটানিনৰ দৰে পুষ্টিয়ে ৰক্ত শৰ্কৰাৰ স্তৰ হ্ৰাস কৰি ইনচুলিনৰ উৎপাদন বৃদ্ধি কৰাত সহায় কৰাৰ লগতে ফাইটোকেমিকেলসমৃদ্ধ বীটৰুটে ইনচুলিন বৃদ্ধি কৰে।

২. মেথি গুটি আৰু পাত দুয়োটাই ডায়েবেটিছৰ বাবে উপকাৰী। ইয়াক নিয়মীয়াকৈ সেৱন কৰিলে ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰি ৰাখে। ইয়াৰ উপৰি মেথিত গালাক্টোমানন উপাদান পোৱা যায় যি ডায়েবেটিছ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

৩. চিয়া বীজত কেফেইন এচিড মাইৰাইচেটিন নামৰ এবিধ উপাদান পোৱা যায়, যি ডায়েবেটিছৰ বাবে অত্যন্ত উপকাৰী। চিয়া বীজত বহুতো পুষ্টিকৰ লগতে এণ্টি-অক্সিডেণ্ট গুণাগুণ থাকে। এইবোৰ ডায়েবেটিচকে ধৰি বহুতো ৰোগ নিয়ন্ত্ৰণ কৰাৰ বাবে ভাল বুলি গণ্য কৰা হয়।

৪. পালেং শাক স্বাস্থ্যৰ বাবে ঔষধৰ দৰে কাম কৰে। পালেং শাক মেগনেছিয়াম, আইৰণ আৰু আঁহসমৃদ্ধ। এই সেউজীয়া পাচলিবোৰ এই উপাদানবোৰৰ উপস্থিতিৰ বাবে ডায়েবেটিছ নিয়ন্ত্ৰণ কৰাত সহায়ক হয়। সেয়েহে ডায়েবেটিছ ৰোগীসকলে তেওঁলোকৰ আহাৰত পালেং শাক অন্তৰ্ভুক্ত কৰিব পাৰে। 




আৰু পঢ়ক: অমৰা খাওক আৰু সুস্বাস্থ্যৱান হৈ থাকক! ইয়াৰ উপকাৰিতা অনেক











FOLLOW US F
POPULAR
FEATURE
TRENDY
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ