--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মূলা এবিধ সুস্বাদু আৰু পুষ্টিকৰ পাচলি। ইয়াত ভিটামিন চি, ভিটামিন কে, আঁহ আৰু পটাছিয়াম আদি পুষ্টিকৰ উপাদান পোৱা যায়। মূলা সেৱন কৰিলে স্বাস্থ্যৰ বহু উপকাৰ পোৱা যায়, যেনে হজম শক্তি উন্নত কৰা, কোষ্ঠকাঠিন্য দূৰ কৰা, ওজন হ্ৰাস কৰা আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা। কিন্তু মূলা খোৱাৰ আগতে কিছুমান কথা মনত ৰাখিব লাগে। মূলা কিছুমান মানুহৰ বাবেও ক্ষতিকাৰক হ’ব পাৰে। কোনবোৰ মানুহে মূলা সেৱন কৰিব নালাগে জানো আহক।

১) নিম্ন ৰক্তচাপ- নিম্ন ৰক্তচাপৰ সমস্যা থকা লোকে মূলা সেৱন কৰিব নালাগে। মূলাত প্ৰস্ৰাৱকাৰী গুণ আছে, যাৰ ফলত শৰীৰৰ পৰা পানী আঁতৰাই পেলায়। ইয়াৰ ফলত নিম্ন ৰক্তচাপৰ সমস্যা আৰু অধিক বৃদ্ধি পাব পাৰে।

২) হাইপ’গ্লাইচেমিয়া- যিসকল লোকৰ হাইপ’গ্লাইচেমিয়া (তেজত চেনি কম)ৰ সমস্যা আছে তেওঁলোকে সীমিত পৰিমাণে মূলা সেৱন কৰিব লাগে। মূলাত ইনচুলিন বৃদ্ধি কৰা গুণ আছে, যাৰ ফলত তেজৰ চেনিৰ মাত্ৰা হ্ৰাস পাব পাৰে।

৩) পিত্তপাথৰ- যিসকল লোকৰ পিত্তপাথৰৰ সমস্যা আছে তেওঁলোকে মূলা খাব নালাগে। মূলাৰ এনে গুণ আছে যিয়ে পিত্তৰ উৎপাদন বৃদ্ধি কৰে, যাৰ ফলত পিত্তৰ পাথৰৰ সমস্যা বৃদ্ধি পাব পাৰে।

৪) গৰ্ভৱতী মহিলা- গৰ্ভৱতী মহিলাই মূলা সেৱন কৰিব নালাগে। মূলাৰ কিছুমান গুণ আছে যাৰ ফলত গৰ্ভপাত হ’ব পাৰে।

৫) দুগ্ধপান কৰা মহিলা- দুগ্ধপান কৰা মহিলাসকলে সীমিত পৰিমাণে মূলা সেৱন কৰিব লাগে। মূলাৰ কিছুমান গুণ আছে যিবোৰ মাতৃদুগ্ধলৈ গৈ শিশুৰ ক্ষতি কৰিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক