--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত এতিয়া চলি আছে ভাৰত-অষ্ট্ৰেলিয়াৰ হাইভল্টেজ ফাইনাল মেচ। ষ্টেডিয়ামত বহি খেল উপভোগ কৰি আছে বহু কেইগৰাকী তাৰকাই। শ্বাহৰুখ খানেএ ভাৰত বনাম অষ্ট্ৰেলিয়া হাই-ভল্টেজ ফাইনেল চাবলৈ আহমেদাবাদলৈ আহিছে।   কিং খানৰ কাষত কোন বহিছে? শ্বাহৰুখ খান আৰু প্তনী গৌৰী খান বিশ্বকাপৰ ফাইনেল খেল চাবলৈ খেলপথাৰত উপস্থিত আছে।

কিং খানৰ কাষত কোন বহিছে? গুজৰাটৰ আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত চূড়ান্ত খেল উপভোগ কৰিবলৈ বলীউডৰ বহু তাৰকাই ভিৰ কৰিছে।  তেওঁলোকে ভাৰতক সমৰ্থন কৰিবলৈ খেলপথাৰত উপস্থিত আছে।শ্বাহৰুখ খানে  নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত জয় শ্বাহৰ কাষত বহি খেল উপভোগ কৰি থকা দেখা গৈছে।



শ্বাহৰুখে অবিৰতভাবে ভাৰতক সমৰ্থন কৰি আছে, দলটোক হাত চাপৰি বজাই উৎসাহিত কৰি আছে।শ্বাহৰুখৰ উপৰি ষ্টেডিয়ামত ৰণবীৰ কাপুৰ, দীপিকা পাডুকন, আয়ুষ্মান খুৰানা, অনুষ্কা শৰ্মা আৰু আন বহু তাৰকাই  ভাৰতীয় দলৰ সমৰ্থনত হাত চাপৰি বজাই গৈছে।  কে এল ৰাহুলৰ পত্নী আৰু অভিনেত্ৰী আথিয়া চেট্টী, শচীন তেণ্ডুলকাৰৰ  জীয়ৰী চাৰা তেণ্ডুলকাৰো ষ্টেডিয়ামত উপস্থিত আছে।  

একেৰাহে ১০  খন মেচ জিকাৰ পিছত ভাৰতে অৱশেষত ফাইনেলত অষ্ট্ৰেলিয়াৰ মুখামুখি হৈছে। অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্সে টছত জয়ী হৈ প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লৈছিল। ভাৰতে বেটিং কৰি অষ্ট্ৰেলিয়াক ২৪১ ৰানৰ লক্ষ্য বান্ধি দিছে। হাই ভল্টেজ মেচখনক লৈ লাহে লাহে উত্তেজনা বাঢ়ি আহিছে। অষ্টেৰলিয়াই এতিয়ালৈকে ৩ উইকেট হেৰুৱাইছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক