--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এই সপ্তাহত পাঁচদিনৰ বাবে বন্ধ থাকিব দেশৰ কেইবাটাও বেংক। বেংকৰ শাখাসমূহত নহ’ব কোনোধৰণৰ কাম-কাজ। বেংকলৈ যোৱাৰ আগতে নিশ্চিত হওক যে আপুনি বেংক বন্ধৰ দিনত বেংকলৈ আপোনাৰ প্ৰয়োজনীয় কামৰ বাবে যোৱা নাই। জানক কোনকেইটা দিনত বন্ধ থাকিব দেশৰ বেংকসমূহ।


এই সপ্তাহত কেইবাটাও গুৰুত্বপূৰ্ণ দিন আছে যাৰ বাবে চৰকাৰী বন্ধ বা স্থানীয় বন্ধসমূহ পালন কৰিবলৈ বেংকসমূহে ছুটী ঘোষণা কৰিছে। সকলো কেইটা বন্ধই দেশজুৰি প্ৰযোজ্য নহ’ব। যাৰ বাবে দেশৰ কিছু অঞ্চল বা ৰাজ্যত খোলা থাকিব পাৰে বেংকৰ শাখা। স্থানীয় বন্ধৰ বাবে সমগ্ৰ দেশৰ বেংকৰ শাখাবোৰ প্ৰভাৱিত নহ’ব। ইয়াৰোপৰি বেংক ভেদে ভিন ভিন হ’ব পাৰে বন্ধসূচী। সকলো বন্ধকে প্ৰতিটো বেংকে পালন নকৰিবও পাৰে। তেনেক্ষেত্ৰত কিছু বেংকে খোলা ৰাখিব তেওঁলোকৰ শাখাবোৰ।


এই সপ্তাহৰ বন্ধৰ দিনবোৰ হৈছে –


১১ জানুৱাৰী–মিছনাৰী দিৱস
১২ জানুৱাৰী–স্বামী বিবেকানন্দৰ জন্মদিন
১৪ জানুৱাৰী–মকৰ সংক্ৰান্তি/পোংগল
১৫ জানুৱাৰী-উত্তৰায়ন পূণ্যকলা মকৰ সংক্ৰান্তি উৎসৱ/ মাঘী সংক্ৰান্তি/সংক্ৰান্তি/পোংগল/থিৰুভাল্লুভাৰ দিৱস
১৬ জানুৱাৰী–দেওবাৰ


FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?