--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টুইটাৰৰ অফিচত শোৱাঘৰ সাজিছে এলন মাস্কে। টুইটাৰৰ কৰ্মচাৰীসকলৰ বাবেই এই পদক্ষেপ হাতত লৈছে মাস্কে।

উল্লেখযোগ্য যে টুইটাৰ ক্ৰয়ৰ পাছতে বিভিন্ন ধৰণৰ সিদ্ধান্ত লৈ আহিছে এলন মাস্কে। কেতিয়াবা যদি কৰ্মচাৰী সংকোচন, আন কেতিয়াবা দৈনিক কামৰ সময় বঢ়োওৱা- এইসমূহক লৈ বিতৰ্কও সূচনা হৈ আহিছে।

এইবাৰ তাৰ স’তে যুক্ত হ’ল বিছনা! সোমবাৰে টুইটাৰৰ চান ফ্ৰান্সিচক’স্থিত অফিচত কৰ্মীসকলে দেখে যে অফিচলৈ বহুতো শোৱাকোঠাৰ সামগ্ৰী অনা হৈছে। অনা হৈছে গাৰু, বিচনা চাদৰ, পৰ্দা। তাৰপাছতে তেওঁলোকে বুজিব পাৰে যে অফিচত তেওঁলোকৰ বাবে বিচনাও সাজু কৰা হ’ব।

উল্লেখ্য যে কিছুদিন পূৰ্বে এগৰাকী টুইটাৰ কৰ্মীয়ে জনাইছিল যে অফিচত কামৰ চাপ বাঢ়িছে। ফলস্বৰূপে ঘৰলৈ ঘূৰাৰ সময়ৰ অভাৱ হৈছে। সেইবাবে অফিচতে শুবলৈ এটা শ্লিপিং বেগ তেওঁ লৈ আহিছে। অফিচৰ মেজতে সেই বেগটো পাৰি শুব লগা হৈছে।

এতিয়া যাতে অফিচত কৰ্মীসকলক আৰু অধিক ৰাখিব পাৰি, সেই লক্ষ্য লৈয়ে এই শোৱাঘৰ সজাৰ উদ্যোগ কৰা হৈছে বুলি ভাবিছে কৰ্মীসকলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আৰক্ষী আৰু আছাম ৰাইফলছৰ যৌথ অভিযানত কাছাৰৰ বদৰপুৰ ঘাটত ১৩ কোটি টকাৰ ড্ৰাগছ জব্দ; এজনক গ্ৰেপ্তাৰ
১২ আগষ্টত ঘটিব ৩টা মহাজাগতিক ঘটনা
প্রলয়ংকৰী বানত পোত গ’ল উজনিৰ ৪ জিলাৰ হাজাৰ হাজাৰ বিঘা খেতিপথাৰ
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
বানে সৃষ্টি কৰা সমস্যা দূৰ কৰিবলৈ ‘অসম বান-সহায় সেতু’ নিৰ্মাণ যুৱ উদ্যোগী প্ৰীতম ৰঞ্জন ডেকাৰ
শীঘ্ৰেই মুকলি হ’ব হৰমুজ প্রণালী; ইৰান-ওমানৰ মাজত বুজাবুজি
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত