--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ বিতৰ্কিত ফটো শ্বেয়াৰ কৰিলে ৰামগোপাল বাৰ্মাই। পূৰ্বে তেওঁক এগৰাকী অভিনেত্ৰীৰ ভৰিত চুমা খাই থকা দেখা গৈছিল। এইবাৰ তেওঁক এগৰাকী মহিলাৰ হাতত একে কাম কৰা দেখা গ’ল।

ফটোখনত দেখা গৈছে যে 'ৰঙিলা' ছবিৰ পৰিচালকে আৱেগতে চকু মুদি দিছে। সোঁ হাতৰ বেল ফুলৰ মালা। মহিলাগৰাকীৰ মুখখন ফটোত নাই। ৰামগোপালে মাথোঁ ভালকৈ সাজ-পোছাক পিন্ধা হাত এখন নিজৰ ওচৰলৈ টানিলে। হাতখনত চুমা খাইছে তেওঁ।

কিন্তু কাৰ হাত আছিল সেইখন? গম পোৱাৰ কোনো উপায় নাই। আঙুলিত নীলা ৰঙৰ নেলপলিচ, ৰঙা ডাঙৰ চক্ৰ থকা আঙঠিটোৱে হাতখনৰ সৌন্দৰ্য্য বৃদ্ধি কৰিছে।

ছবিখন পোষ্ট কৰি ৰামগোপালে কেপচনত লিখিছে, “কেৱল ভৰি নহয়... হাতও!” স্পষ্ট হৈ পৰিছে যে ইয়াৰ দ্বাৰা তেওঁ পুৰণি ফটোখনৰ কথা সোঁৱৰাই দিছে, য’ত তেওঁক এগৰাকী অভিনেত্ৰীৰ ভৰি লেহন কৰি থকা দেখা গৈছিল।

এইবাৰো তেওঁ তেনেকুৱা ছবি পোষ্ট কৰি দেখুৱাইছে যে তেওঁ তেনেকুৱাই। এই হাতখন একেগৰাকী অভিনেত্ৰী হয় নে নহয়, তাক লৈও জল্পনা-কল্পনা আৰম্ভ হৈছে।

তাৰপাছতে ভাইৰেল হৈ পৰিছে এই নতুন ফটোখন। এজন ব্যক্তিয়ে লিখিছে, “ভাৰতত থাকিও সম্পূৰ্ণ স্বাধীনতা উপভোগ কৰা একমাত্ৰ মানুহজন হৈছে ৰামগোপাল বাৰ্মা!”

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ