--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আই পি এলৰ প্ৰাক্তন অধ্যক্ষ ললিত মোদীয়ে টুইটাৰত অভিনেত্ৰী সুস্মিতা সেনৰ সৈতে এখন ছবি পোষ্ট কৰি ‘নতুন জীৱন’ আৰম্ভ কৰাৰ কথা ঘোষণা কৰে। টুইটাৰত তেওঁ লিখিছে, ‘নতুন জীৱন আৰম্ভ হৈছে, চলি আছে ডেটিং।’

সুস্মিতা সেন বিবাহ পাশত আৱদ্ধ হ’ল নেকি? প্ৰাক্তন মিছ ইউনিভাৰ্ছ সুস্মিতাৰ সৈতে ললিত মোদীৰ ক্ল’জ আপ ফটো আৰু কেপচন দেখি এনে প্ৰশ্নকে কৰা দেখিবলৈ পোৱা গৈছে নেটিজেনে। সুস্মিতাৰ সৈতে কেইবাখনো ছবিৰে আই পি এলৰ প্ৰাক্তন অধ্যক্ষ ললিত মোদীয়ে ছ’চিয়েল মিডিয়াত এটা পোষ্ট দি লিখিছে, ‘মোৰ অৰ্ধাংগিণী’। ললিত মোদীৰ এই পোষ্টটো ছ’চিয়েল মিডিয়াত লাভ কৰাৰ পাছতে স্তম্ভিত হৈ পৰিছে অনুৰাগী। সকলোৰে মনত এটা প্ৰশ্নৰে অগাদেৱা-অৱশেষত, ললিত মোদীকে জীৱনৰ প্ৰিয় পুৰুষৰ স্থান দিলে নেকি সুস্মিতাই? এই কথাষাৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পাছতে ললিত মোদীয়ে বিষয়টো সন্দৰ্ভত মন্তব্য কৰে প্ৰকাশ কৰা দেখিবলৈ পোৱা যায়। ললিতে কয়, ‘বিয়া হোৱা নাই। মাত্ৰ এটা নতুন জীৱনৰ আৰম্ভণি কৰিছো।’

স্বাভা‌ৱিকতে, ললিত মোদীৰ শেহতীয়া পোষ্টত থৰকাছুটী হেৰুৱাইছে নেটিজেনে। অৱশ্যে, দীৰ্ঘদিনীয়া প্ৰেম-প্ৰণয়কে যেন শেষ পৰিণতি দিয়াৰ মন মেলিছে দুয়ো। দুয়োৰে নীৰৱ, নিসংগ নিশাবোৰ জোনাকৰ আলোকমালাৰে উপচি পৰক তাৰেই যেন কামনা শুভাকাংক্ষীৰ...!

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ