--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ শিক্ষক বৃত্তিক সমাজৰ অতিকৈ পবিত্ৰ বৃত্তি হিচাপে গণ্য কৰা হয়৷ কিন্তু কেতিয়াবা শিক্ষকৰ কিছুমান কাণ্ডই লজ্জানত কৰে সভ্য সমাজক৷ পুনৰ শিক্ষকে কৰিলে এক লজ্জাজনক কাণ্ড৷ ঘটনাৰ স্থান ৰাজস্থান জয়পুৰৰ৷ জয়পুৰৰ ছেণ্ট জেভিয়াৰ্ছ স্কুলৰ নিখিল জছ নামৰ এনচিচিৰ শিক্ষক এজনে ছাত্ৰীলৈ প্ৰেৰণ কৰিছিল অশ্লীল মেছেজ৷ শিক্ষকজনে ছাত্ৰীসকলক মদ খাবলৈ লগ ধৰাৰ লগতে হোষ্টেলৰ বাহিৰত লগ কৰাৰ অশালীন প্ৰস্তাৱ দিছিল৷

এজনী দুজনী নহয় ১০গৰাকীকৈ ছাত্ৰীক এই মেছেজ প্ৰেৰণ কৰিছিল লম্পট শিক্ষকজনে৷ শিক্ষক নিখিল জছৰ এই মেছেজ পাই ছাত্ৰীসকল হতভম্ব হয়৷ ছাত্ৰীকেইগৰাকীয়ে আলোচনা কৰি শিক্ষক নিখিল জছক এশিকনি দিয়াৰ সিদ্ধান্ত লয়৷ ভুক্তভোগী ছাত্ৰীকেইগৰাকীয়ে ছ'চিয়েল মিডিয়াত শিক্ষক নিখিল জছৰ বিৰুদ্ধে কেম্পেইন আৰম্ভ কৰে৷

ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে নিখিলে ছাত্ৰীকেইগৰাকীলৈ প্ৰেৰণ কৰা অশ্লীল মেছেজ৷ ৰাজস্থান আৰক্ষীয়ে শিক্ষকজনক আটক কৰি তেওঁৰ মোবাইল ফোন জব্দ কৰে আৰু তদন্তৰ অন্তত সেয়া সত্য প্ৰমাণিত হয়৷ ছেণ্ট জেভিয়াৰ্ছ স্কুলে নিখিল জছক বহিষ্কাৰ কৰে৷ বৰ্তমান আৰক্ষীৰ জিম্মাত নিখিল জছ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ