--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ নতুন ৰূপত দেখা গ’ল কংগ্ৰেছৰ গান্ধী পৰিয়ালৰ ৰাজপুত্ৰী প্ৰিয়ংকা গান্ধীক৷ সাধাৰণ মহিলাৰ দৰে হাতত ঝাড়ু লৈ চাফাই অভিযান চলালে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে৷ লক্ষ্ণৌৰ ইন্দিৰা নগৰত লাভকুশ বাল্মীকি বস্তিত উপস্থিত হৈ প্ৰিয়ংকা গান্ধীয়ে বহু লোকৰ ঘৰে ঘৰে গৈ লগ কৰাৰ লগতে বস্তিত ঝাড়ু দিয়া দেখিবলৈ পোৱা গ’ল৷

দলিতসকলৰ বাল্মীকি বস্তিত উপস্থিত হৈ প্ৰিয়ংকা গান্ধীয়ে কেইবাটাও ঘৰলৈ গৈ পৰিয়ালৰ লোকসকলক লগ কৰে আৰু বিশেষকৈ মহিলাসকলৰ সৈতে বাৰ্তালাপ কৰে। প্ৰিয়ংকা গান্ধীয়ে চলোৱা এই চাফাই কাৰ্যক উপহাস কৰি উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কয় যে ''ৰাইজে প্ৰিয়ংকা গান্ধীক ঝাড়ু দিয়াৰে যোগ্য কৰি ৰাখিছে৷''

মুখ্যমন্ত্ৰী যোগীৰ এই মন্তব্যৰ প্ৰত্যু্ত্তৰ দি প্ৰিয়ংকা গান্ধীয়ে কয় ''ঝাড়ু দিয়াটো কোনো বেয়া কথা নহয়৷ দেশৰ হাজাৰ হাজাৰ মহিলাই ঝাড়ু দিয়ে বাবেহে পৰিষ্কাৰ-পৰিচ্ছনতা বৰ্তি আছে। বিজেপিৰ মনত দলিত চিন্তাধাৰা আছে বাবে মুখ্যমন্ত্ৰী যোগীয়ে এনে মন্তব্য কৰিছে।''


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ